DEB RAJ Golaghat

DEB RAJ Golaghat Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DEB RAJ Golaghat, Video Creator, Golaghat.

অসমীয়া সংস্কৃতি আৰু অন্যান্য Vlog সমূহ আমাৰ Facebook পেজটোত উপভোগ কৰক।
অনুষ্ঠান প্ৰচাৰৰ বাবে : 9101188212
YouTube channel : 👇
1.DEB RAJ GOLAGHAT
2.DEB RAJ
Instagram: RAJ GOLAGHAT

07/11/2025

বিপুল দাবি 😍 আকৌ ভাওনা প্ৰতিযোগিতা হ'ব লাগে হেনো।
বঁটা বিতৰণৰ দিনা শলাগেৰে উপচি পৰিল
অনুষ্ঠানটিৰ কৰ্মৰাজিক লৈ।
চিনাতলী ভাওনা প্ৰতিযোগিতাৰ আজি বঁটা বিতৰণী সভা । শেষৰটো দিনটো লোকে লোকাৰণ্য হৈ পৰিল অগ্নিগড় সমন্বয় ক্ষেত্ৰ ।
শ্ৰেষ্ঠ ভাওনা দলটিয়ে পুনৰ প্ৰদৰ্শন কৰিলে ভাওনা।
Vauna Video
vauna Vlog
Deb Raj golaghat
অসমীয়া সংস্কৃতি
Assamese culture
vauna compitition
ভাওনা প্ৰতিযোগিতা
Vauna vlog
Deb Raj golaghat
Assamese culture Bhaona
চিনাতলী ভাওনা প্ৰতিযোগিতা
গোলাঘাটৰ চিনাতলী ভাওনা প্ৰতিযোগিতাৰ আজি সপ্তম দিন।
দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ল অগ্নিগড় সমন্বয় ক্ষেত্ৰ।
Deb Raj golaghat
Vauna compitition
Vauna Vlog
Assamese video
vauna

#ভাওনা_সংস্কৃতি #ভাওনা #ভাওনা_সংস্কৃতি #ভাওনা_প্ৰতিযোগিতা #অসমীয়া_সংস্কৃতি #চিনাতলী_ভাওনা_প্ৰতিযোগীতাদ্বিতীয় নিশা চিনাতলী ভাওনা প্ৰতিযোগীতাৰ পৰিৱেশ চাওঁক
Vauna vlog
Deb Raj golaghat

কোন কোন আছা?? 😄😍সময় মূল্যবান, যি সকল নাছিল, এতিয়া মোৰে বেয়া লাগিছে😔 #ফটো        #ভাওনা    #চিনাতলী
07/11/2025

কোন কোন আছা?? 😄😍
সময় মূল্যবান, যি সকল নাছিল, এতিয়া মোৰে বেয়া লাগিছে😔

#ফটো #ভাওনা #চিনাতলী

এইজন আমাৰ Boss হয়♥️ Good morning Raizz
07/11/2025

এইজন আমাৰ Boss হয়♥️
Good morning Raizz

06/11/2025

শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ।
সম্পূৰ্ণ ৰাসলীলা চাওঁ আহক।
স্থান: ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সঙ্ঘ।

#ৰাস #ৰাসলীলা #লাইভ #কংসালয়

শ্ৰেষ্ঠ অভিনেত্ৰী, হিৰিম্বা।নাট: কাম্যক নন্দিনী।চিনাতলী ভাওনা প্ৰতিযোগিতা-2025
06/11/2025

শ্ৰেষ্ঠ অভিনেত্ৰী, হিৰিম্বা।
নাট: কাম্যক নন্দিনী।
চিনাতলী ভাওনা প্ৰতিযোগিতা-2025

প্ৰজ্ঞান বৰুৱা দেৱক অগ্নিগড় শিল্পী সমাজে সন্মান জনোৱাৰ সময়কণ। তেখেত আমাৰ খুওৱ মৰমৰ।
06/11/2025

প্ৰজ্ঞান বৰুৱা দেৱক অগ্নিগড় শিল্পী সমাজে সন্মান জনোৱাৰ সময়কণ।
তেখেত আমাৰ খুওৱ মৰমৰ।

বৰ বেলেগ হাঁহি এটা মাৰি থাকোঁ আকৌ মই 😄
06/11/2025

বৰ বেলেগ হাঁহি এটা মাৰি থাকোঁ আকৌ মই 😄

বজ্ৰকেতো মোৰ নাম। অভিনয়ত: কিৰণ
06/11/2025

বজ্ৰকেতো মোৰ নাম।
অভিনয়ত: কিৰণ

জয় শ্ৰীৰাম 🙏Jay shree Ram 🙏অভিনয়ত: হিমাংশু কেৰুমণি সাংস্কৃতিক গোষ্ঠী, ফলঙনি        #ৰাম  #ভাওনা    #ভাওনা_সংস্কৃতি
06/11/2025

জয় শ্ৰীৰাম 🙏
Jay shree Ram 🙏

অভিনয়ত: হিমাংশু
কেৰুমণি সাংস্কৃতিক গোষ্ঠী, ফলঙনি

#ৰাম #ভাওনা #ভাওনা_সংস্কৃতি

05/11/2025

ৰাসলীলাৰ শেষৰ দৃশ্য চাওঁক

ফলঙনিৰ ৰাসৰ কিছু দৃশ্য।স্থান: সমাজ কল্যাণ সাংস্কৃতিক সংঘ।  #ৰাসলীলা  #ৰাস
05/11/2025

ফলঙনিৰ ৰাসৰ কিছু দৃশ্য।
স্থান: সমাজ কল্যাণ সাংস্কৃতিক সংঘ।

#ৰাসলীলা #ৰাস

05/11/2025

ৰাস মহোৎসৱ, সমাজ কল্যাণ সাংস্কৃতিক সংঘ, ফলঙনি, গোলাঘাট।
বৃন্দাবনৰ দৃশ্য।

#ৰাস #ৰাসলীলা #লাইভসম্প্ৰচাৰিত #অনন্তশয্যা

Address

Golaghat
785613

Telephone

+919101188212

Website

https://youtube.com/@DEBRAJGolaghat2

Alerts

Be the first to know and let us send you an email when DEB RAJ Golaghat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DEB RAJ Golaghat:

Share

Category