Golaghat Kakodonga

Golaghat Kakodonga Nature

নিখুঁততাৰ বাবে নহয়, প্ৰগতিৰ বাবে চেষ্টা কৰো। সপোন খেদি খেদি বিমান ধৰো। সৰু সৰু মুহূৰ্তবোৰত আনন্দ বিচাৰি ফুৰো। সকলোলৈকে অনুৰোধ প্ৰেম আৰু ইতিবাচকতা বিয়পাই দিয়া।

অসমৰ প্ৰতিজন যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব , আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিয়োগৰ খবৰটি শুনি সঁচাকৈ মৰ্মাহত হৈছোঁ। শ...
19/09/2025

অসমৰ প্ৰতিজন যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব , আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিয়োগৰ খবৰটি শুনি সঁচাকৈ মৰ্মাহত হৈছোঁ। শিল্পীজনৰ এই আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ।

🙏🙏🙏🙏🙏

07/09/2025
Celebrating my 5th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉
03/05/2025

Celebrating my 5th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

উত্তৰা খণ্ডৰ চেনেল UK Stager বাবে , মুম্বাইৰ সংগীত ব্যৱস্থাপক যোৰহাটৰ বিৰিঞ্চি বৰাৰ কন্ঠ আৰু সংগীতেৰে কালজয়ী গীতৰ Cover...
28/04/2025

উত্তৰা খণ্ডৰ চেনেল UK Stager বাবে , মুম্বাইৰ সংগীত ব্যৱস্থাপক যোৰহাটৰ বিৰিঞ্চি বৰাৰ কন্ঠ আৰু সংগীতেৰে কালজয়ী গীতৰ Cover Song " লুইতৰ চাপৰিত ক'ৰে নাৱৰীয়া ----"--এবাৰ শুনি চাবচোন, অজানিতে হোৱা ভুল ক্ৰুটিৰ বাবে ক্ষমাপ্ৰাৰ্থী🙏🙏🙏

A tribute to the legends Dr Bhupen hazarika and Parvati Prasad BaruaThe song "Luitor Saporit Kore Naworiya," a classic Assamese folk composition sung by the ...

26/04/2025

15/04/2025

ঈশ্বৰ প্ৰসন্ন বৰা,অসম কৃষি বিশ্ববিদ্যালয়ৰ এজন জেষ্ঠ কৰ্মচাৰী, সংগীতৰ গভীৰ অনুৰাগী।জিতুল সোণোৱালৰ এসময়ৰ জনপ্ৰিয় গীত " ছায়া হৈ আছা ৰৈ দূৰণিত অকলে" শীৰ্ষক গীতৰ গীতিকাৰ সুৰকাৰ ঈশ্বৰ প্ৰসন্নদাই ঘৰতেই সাধাৰণ ভাবে বাণীবদ্ধ কৰি আগবঢ়াইছে নিজৰেই কথা - সুৰৰ এটি বিহু সুৰীয়া গীত।শুনি চাবাচোন-

15/04/2025

02/04/2025
 ゚          Himanta Biswa Sarma Ajanta Neog
08/03/2025


Himanta Biswa Sarma
Ajanta Neog

23/02/2025

Address

Kakodonga
Golaghat

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Telephone

+917086653835

Website

Alerts

Be the first to know and let us send you an email when Golaghat Kakodonga posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Golaghat Kakodonga:

Share