Assam News 24

Assam News 24 24 × 7
NEWS UPDATES

27/08/2026

কমাৰবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্দৰ্ভত দেৰগাঁও সমষ্টিৰ বিধায়ক মৃদুল দত্তৰ সংবাদমেল।

26/08/2026

CCTV ত আৱদ্ধ নেপালৰ মহা প্ৰলয়ৰ দৃশ্য। চাওঁক নিমিষতে কিদৰে সকলো শেষ হৈ গ'ল।

26/08/2026

প্ৰকৃতিৰ ধংস লীলা নেপালত,মুহুৰ্ততে সকলো শেষ কৰি নিয়ে।
(Vedio Source Social Media )

26/08/2026

নেপালত প্ৰকৃতিৰ সংহাৰী ৰূপ। প্ৰলয়ংকৰী বানত হাহাকাৰ পৰিস্থিতি । মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ

26/08/2026

নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ প’ষ্টাৰ উন্মোচন
এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় বিষয়বস্তুক লৈ নিৰ্মাণ কৰা নতুন অসমীয়া চলচ্চিত্ৰ ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’-ৰ অফিচিয়েল প’ষ্টাৰ (Motion Poster) মঙলবাৰে উন্মোচন কৰা হয় গুৱাহাটীৰ জ্যোতি চিত্ৰবনত। NRC (নলপাৰাৰ ৰাম চন্দ্ৰ) ছবিখন অহা ২৫ ছেপ্তেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব।

25/08/2026

# #বিশিষ্ট সাহিত্যিক,সাংবাদিক,ঔপন্যাসিক,সাহিত্য অকাডেমি পূৰস্কাৰ প্ৰাপক অনুৰাধা শৰ্মা পুজাৰীলৈ "সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য বঁটা" প্ৰদান।
# #গোলাঘাটৰ এমেচাৰ থিয়াটাৰ চ'চাইটিৰ প্ৰেক্ষাগৃহত অনুস্থিত সংগ্ৰমী যুৱ-ছাত্ৰ পৰিষদ অসমৰ দশম বাৰ্ষিক প্ৰতিস্থা দিৱসত এই বঁটা প্ৰদান।

25/08/2026

গোলাঘাটৰ HGM নাৰ্চিং হোমত উত্তপ্ত পৰিস্থিতি।ভুক্তভোগী পৰিয়ালটোক ন্যায় প্ৰাদানৰ দাবীত উত্তাল প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ।
# #দণ্ডাধীশ পৰ্যায়ত তদন্ত আৰম্ভ।

25/08/2026

# #কৰম পূজা অনুস্থিত কৰাক লৈ আটছাৰ সভাপতি জগদীশ বৰাইকৰ কঠোৰ সকিয়নী।
# #ভাদ মাহৰ শুক্লা একাদশীৰ পূৰ্বে কৰম পূজা অনুস্থিত কৰিলেই আইনৰ ৰোষত পৰিব উৎযাপন সমিতি।
# #কৰম পূজাত চৰকাৰে দিয়া বন্ধৰ দিনটোত কোনো কাৰণতে বাগিচাৰ কৰ্মত নিয়োজিত কৰিব নোৱাৰিব চাহ শ্ৰমিকক।


25/08/2026

সাংবাদিক আগত কোনো ধৰণৰ মন্তব্য নিদিলে ড: ভাস্কৰ হাজৰিকাই।
গোলাঘাট কচুপথাৰৰ এগৰাকী যুৱতীক ভুল চিকিৎসা কৰি আৰক্ষীৰ জালত পৰিছিল ড: ভাস্কৰ হাজৰিকা।

24/08/2026

একেদিনাই পাঁচটাকৈ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ উদ্বোধন বিধায়ক মৃণাল শইকীয়াৰ। খুমটাই সমষ্টিৰ গ্ৰাম্যাঞ্চলৰ লগতে বাগিচা অঞ্চলৰ শিশুসকলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ লগতে শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ লক্ষ্যৰে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহৃত শিশু বিকাশ কল্যাণ আঁচনিৰ অধীনত নিৰ্মাণ কৰা কেইবাটাও আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আজি মুকলি কৰি দিয়া হয় । ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত প্ৰায় ৫ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আজি বিধায়ক মৃণাল শইকীয়াই শুভ উদ্ধোধন কৰে ।

Address

Golaghat
785625

Alerts

Be the first to know and let us send you an email when Assam News 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share