Anuj Raj Kurmi

Anuj Raj Kurmi jio or jine do

09/07/2024
অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু বৰপথাৰ, গোলাঘাট, দেৰগাঁও, বোকাখাট, সৰুপথাৰ শাখাৰ সহযোগত আয়োজ...
07/06/2024

অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু বৰপথাৰ, গোলাঘাট, দেৰগাঁও, বোকাখাট, সৰুপথাৰ শাখাৰ সহযোগত আয়োজন কৰা ৩৬তম স্বহীদ দিৱস অনুষ্ঠানৰ কিছু একাংশ।

আয়োজিত শ্বহীদ দিৱস অনুষ্ঠানৰ স্মৃতি চাৰণ সভাত উপস্থিত থাকে আটছা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ বাৰাইক ডাঙৰীয়া, লগতে বহু বিশিষ্ট, সন্মানীয়, আমন্ত্ৰীত অতিথি গোলাঘাট জিলাৰ সন্মানীয় আটছাৰ প্ৰাক্তন বিষয় ববীয়া সকল উপস্থিত থাকে ।

জাতিৰ হকে প্ৰাণ আহুতি দিয়া প্ৰতি গৰাকী শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰি প্ৰণিপাত জনাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

শ্বহীদ সকল অমৰ হওঁক #
আটছা জিন্দাবাদ #
ধিৰাজ গোৱালা জিন্দাবাদ #
জগদীশ বাৰাইক জিন্দাবাদ #

আটছাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত  ৰাজেন কুমাৰ  মহোদয়ৰ সৈতে স্মৰণিয় মূহুত্ব ৷
26/08/2022

আটছাৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত ৰাজেন কুমাৰ মহোদয়ৰ সৈতে স্মৰণিয় মূহুত্ব ৷

Address

Golaghat
785621

Website

Alerts

Be the first to know and let us send you an email when Anuj Raj Kurmi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share