Doyang Khobar

Doyang Khobar ভিন্ন বা-বাতৰি, ৰাজনৈতিক প্ৰেক্ষাপট, সাম্প্ৰতিক পৰিস্থিতি আৰু মনোৰঞ্জনধৰ্মী পৃষ্ঠা।

15/10/2025

সুন্দৰ কণ্ঠ নাৰদৰ সকলোৱে দৃস্তি আকৰ্ষিত কৰিব চাওঁক এই দৃশ্য।

14/10/2025

হিমন্ত বিশ্ব শৰ্মাই কলেই বম ফটকা ফুটাম নেকি? তেওঁ কলেই মদ খামনেকি? আমি মদো নেখাও ফটকাও নুফুটাও ৷
ফটকা বেপাৰীৰ বাবে তেওঁ চিন্তিত কিন্তু চাহ খেতিয়কৰ বাবে চিন্তিত নে ? আমাক জুবিনদাৰ ন্যায় লাগে, উৎসৱত মতলীয়া হবলৈ তেওঁৰ দৰে আমাৰ তেল ফটা নাই ৷ এই মন্তব্য প্ৰবীন দাসৰ ।

14/10/2025

হিমন্ত বিশ্ব শৰ্মাই কলেই বম ফটকা ফুটাম নেকি? তেওঁ কলেই মদ খামনেকি? আমি মদো নেখাও ফটকাও নুফুটাও ৷
ফটকা বেপাৰীৰ বাবে তেওঁ চিন্তিত কিন্তু চাহ খেতিয়কৰ বাবে চিন্তিত নে ? আমাক জুবিনদাৰ ন্যায় লাগে, উৎসৱত মতলীয়া হবলৈ তেওঁৰ দৰে আমাৰ তেল ফটা নাই ৷ এই মন্তব্য প্ৰবীন দাসৰ ।

মাজুলীৰ DC অফিচৰ এগৰাকী মহিলা কৰ্মচাৰীৰ বিস্ফোৰক ফেচবুক পোষ্ট
14/10/2025

মাজুলীৰ DC অফিচৰ এগৰাকী মহিলা কৰ্মচাৰীৰ বিস্ফোৰক ফেচবুক পোষ্ট

14/10/2025

আজি নুমলীগড় শোধনাগাৰত ফেবটেক কোম্পানীৰ ময়মতালিৰ বিৰুদ্ধে গৰজি উঠে দুৰ্নীতি বিৰোধী যুব শক্তি অসম সংগঠনতোৱে

14/10/2025

⭕ছিংগাপুৰৰ লুণীয়া পানীত, কিয় স্তদ্ধ কৰিলা অসমীয়াৰ গান।
⭕হেৰৌ অসমীয়া ক'বলৈ নেৰিবা, জুবিনদাক ন্যায় দিয়ক, ন্যায় নোপোৱালৈ আমি কৈ যাম
⭕যুৱ সাংবাদিক তপন কুমাৰ শইকীয়াৰ কথাৰে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠৰে

14/10/2025

*যোৰহাট*

শেহতীয়াকৈ সংঘটিত বিভিন্ন ঘটনাৱলী সম্পৰ্কত যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল

যোৰহাট সদৰ থানাৰ লকআপত সংঘটিত ৰহস্যজনক আত্মহত্যাৰ সম্পৰ্কত নিজৰ স্থিতি প্ৰকাশ আৰক্ষী অধীক্ষকৰ

থানাৰ লক আপৰ শৌচাগাৰত কম্বলৰ ৰচী লগাই আত্মহত্যা কৰে চুৰি অভিযুক্ত প্ৰীতম দত্তই

পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আত্মহত্যাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰক্ষীয়ে

তিনিজনীয়া চিকিৎসকৰ উপস্থিতিত ভিডিঅ' ৰেকৰ্ডিঙৰ জৰিয়তে কৰা হ'ম প্ৰীতম দত্তৰ মৰণোত্তৰ পৰীক্ষা ।

14/10/2025

ধুবুৰীৰ গৌৰীপুৰত FOOD QUEST ৰেষ্টুৰেণ্টত
ৰেষ্টুৰেণ্টৰ ভিতৰত যুৱক- যুৱতীক বিশেষ কোঠাত দিয়া হয় বিশেষ সুবিধা।

যুৱক যুৱতীক কেনেদৰে কোঠাত বহিবলৈ দি পৰ্দাত হুক লগাই বন্ধ কৰি দিযা ভিডিও সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ হোৱাৰ পিছতেই গৌৰীপুৰ আৰক্ষীৰ ৰেষ্টুৰেণ্ট খনত অভিযান।

14/10/2025

আজিৰে পৰা নামবৰ ক্ৰীড়া সংঘৰ উদ্যোগত প্ৰায় ৫০০ গছ পুলি ৰোৱাৰ প্ৰচেষ্টা হাতত লয় আৰু আজি এই অনুস্থানত উপস্থিত থাকে খুমটাই সমষ্টিৰ টিকেট প্ৰত্যাখী কংগ্ৰেছ দলৰ পৰাণ শইকীয়া।খুমটাই সমষ্টিৰ টিকট প্ৰত্যাখী কংগ্ৰেছ দলৰ পৰাণ শইকীয়া উপস্থিত থাকি এই পদক্ষেপক আদৰণি জনাই ।

⭕জুবিন গাৰ্গৰ আশীৰ্বাদ লৈ আধ‍্যাশ্ৰী গৈছিল Super Dancer Chapter 5 লৈ ⭕অৱশেষত Winner হৈ অসমলৈ লৈ আহিল ট্ৰফী ⭕অসমলৈ আহি বি...
14/10/2025

⭕জুবিন গাৰ্গৰ আশীৰ্বাদ লৈ আধ‍্যাশ্ৰী গৈছিল Super Dancer Chapter 5 লৈ
⭕অৱশেষত Winner হৈ অসমলৈ লৈ আহিল ট্ৰফী
⭕অসমলৈ আহি বিমানবন্দৰৰ পৰা চিধাই তাই সোণাপুৰলৈ গৈ জুবিন মামাক দেখুৱাব গৈ ট্ৰফীটো

13/10/2025

জুবিন গাৰ্গৰ ন্যায় বিচাৰি এজন ব্যক্তিৰ অভিনৱ প্ৰতিবাদী যাত্ৰা।শিৱসাগৰৰ বিভিন্ন ধৰ্মীয় উপাসনা থলীৰ পদুলি পদুলিয়ে জুবিন গাৰ্গৰ আত্মাৰ সদগতি আৰু ন্যায় বিচাৰি কুটীৰ শিল্পী প্ৰশান্ত চেতিয়াৰ " ন্যায় যাত্ৰা"।

Address

Golaghat Merapani
Golaghat
785603

Alerts

Be the first to know and let us send you an email when Doyang Khobar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Doyang Khobar:

Share