Junmoni Entertainment

Junmoni Entertainment Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Junmoni Entertainment, Video Creator, Golaghat.

17/10/2025

" ৰাইজে নখ জোকাৰিলে নৈ বয় "
গতিকে, আহক সকলোৱে লিখি সাগৰ বোৱাই দিওঁ। জুবিন দাই ন্যায় পাব লাগিব আৰু নোপোৱা লৈকে সদায় যুঁজি যাম। Coment box ত লিখক 🙏

17/10/2025

আমাৰ গোঁসানীৰ ( Ivanshika ) অন্ন প্ৰসন্ন ।। মাক - দেউতাক হিচাপে সুখী।।
কি দৰে ডাঙৰ কৰিছোঁ কণমানি জনীক 😌, প্ৰতি টো মূহুৰ্ত ই আমাৰ বাবে বিশেষ 😘

14/10/2025

উজনি অসমৰ একমাত্ৰ উপহাৰ কুপন খেল , আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে হাৰমনিয়াম হেণ্ডছ ফাউণ্ডেছনৰ উদ্যোগ ত আৰু আউনীআটী বিশ্ববিদ্যালয় আৰ্থিক উন্নয়ন আৰু পৰিকল্পনা কেন্দ্ৰীয় সমিতিৰ সহযোগত দ্বিতীয় বাৰ্ষিক উপহাৰ কুপন খেল অনুষ্ঠিত কৰিছে অহা ২৮ নৱেম্বৰ তাৰিখে।
বহু কেইখন বিলাসী বাহনৰ লগতে আছে ৪ খন কৈ বিখ্যাত তীৰ্থ যাত্ৰা ভ্ৰমণ ৰ বাবে সুযোগ।
এটা কুপন ৰ দাম মাত্ৰ ১০০ টকা ।
সম্পূৰ্ণ বহী ১২০০ টকা।
বহী খেলৰ বাবে আছে বহু কেইটা আকৰ্ষনীয় পুৰস্কাৰ।
আপোনাৰ পছন্দৰ টিকট টি ক্ৰয় কৰিবলৈ এতিয়াই যোগাযোগ কৰক।
☎️ 9101862761 , 9854001462

আউনীআটী বিশ্ববিদ্যালয় সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল ২৮ নবেম্বৰ, ২০২৫ Booking Open:9101862761/9854001462এটা কুপন ১০০/- , ...
12/10/2025

আউনীআটী বিশ্ববিদ্যালয় সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল
২৮ নবেম্বৰ, ২০২৫
Booking Open:
9101862761/9854001462
এটা কুপন ১০০/- , সম্পূৰ্ণ বহী ১২০০/-

আউনীআটী বিশ্ববিদ্যালয় সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল ২৮ নবেম্বৰ, ২০২৫ Booking Open:9101862761/9854001462এটা কুপন ১০০/- , ...
12/10/2025

আউনীআটী বিশ্ববিদ্যালয় সাহায্যাৰ্থে উপহাৰ কুপনৰ খেল
২৮ নবেম্বৰ, ২০২৫
Booking Open:
9101862761/9854001462
এটা কুপন ১০০/- , সম্পূৰ্ণ বহী ১২০০/-

11/10/2025

শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ নিত্যানন্দৰ সাহাযাৰ্থে
নৱম বাৰ্ষিক উপহাৰ কুপন খেল, (বজালী )
বহীৰ খেলৰ তাৰিখ 26 অক্টোবৰ
কুপন খেলৰ তাৰিখ 02 নৱেম্বৰ
টিকটৰ মূল‍্য মাত্ৰ 50 টকা , ( নিম্নতম 2 টা লব লাগিব)
সম্পূৰ্ণ বহী ৰ মূল্য 600 টকা (13 খন টিকট আৰু বহী ৰ নম্বৰ ) থাকিব ॥
টিকটৰ বাবে এতিয়াই যোগাযোগ কৰক : 9101862761, 9854001462

আজিৰ খেলৰ ফলাফল 10/10/2025 congratulations of winners
10/10/2025

আজিৰ খেলৰ ফলাফল 10/10/2025 congratulations of winners

আজি পূজা উপহাৰ ( তেজপুৰ ) খেলৰ ফলাফল
08/10/2025

আজি পূজা উপহাৰ ( তেজপুৰ ) খেলৰ ফলাফল

08/10/2025

পূজা উপহাৰ ( তেজপুৰ ) খেলৰ লাইভ

19/09/2025

"সাগৰৰ তলিতে শুব লে মন " বুলি গাইছিল মাত্ৰ এটি শাৰী কিন্তু আজি সঁচাকৈ এ সাগৰৰ তলি তে শুই পৰিল ,
2025 বৰ্ষৰ 19 September দিনটো ভাৰত বাসীৰ বাবে অভিশপ্ত দিন 🙏

Address

Golaghat
785921

Website

Alerts

Be the first to know and let us send you an email when Junmoni Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category