Nitul Bora

Nitul Bora Another World is Possible. Trade Union Leader (AITUC) (All Assam Construction Workers Union) (Assam State NREGA Workers union)

31/07/2025

কোটি টকাৰ মালিক বিলাকক মাটি ফ্ৰি বা কম দামত দিব পাৰে কিন্তু ভুমিহীন/থলুৱা লোকক মাটিৰ পট্টন দিব নোৱাৰে।
কিয়? এই চৰকাৰ কাৰ পক্ষত?

30/07/2025

চৰকাৰখন কাৰ #চিন্তা_আপোনাৰ

29/07/2025

ন্যায়ৰ পক্ষত থকা মানুহবোৰ এক হৈ অন্যায়ৰ বিৰুদ্ধে সাহসেৰে প্ৰতিবাদ নকৰাটো এক সাংগঠনিক দূৰ্বলতা।
আহক সংগঠিত হঁও I কোন আছে লগত । (Direct / Inbox )

29/07/2025

ছাঁ আৰু গভীৰতা

নিৰ্জনতাৰ কথা
ছাঁ দিয়া অকলশৰীয়া বৰগছ জোপাৰ পৰা সুধিবা,
অথবা সেই ছাঁত জিৰণি লোৱা পথিকৰ পৰা।
জোনাকৰ বুকুত ৰ’দৰ কোমলতা
দেখি নাভাবিবা
যে ৰ’দবোৰ কোমল,
কাৰণ শীতলতাৰ বুকুত
লুকাই থাকে
প্ৰচণ্ড উত্তাপ।
শান্ত নদীৰ
গভীৰতা
নিবিচাৰিবা।
মোৰ খবৰ নুসুধিবা,
তোমাৰ বতৰা দিয়া।

28/07/2025

ৰান্ধিব জানিছো।

28/07/2025

পাঠ্যপুথিত ভোট কাক দিম, কিয় দিম বিষয়ক এটি পাঠ থাকিব লাগে।

আপুনি কি ভাৱে মতামত দিয়ে যেন।

26/07/2025

উচ্ছেদ কৰিব লগীয়া বিবাদিত অঞ্চলবোৰ চিনাক্ত কৰি NRC ৰ ভিত্তিত প্ৰশাসনে সৰ্বদলীয় লোকক লৈ প্ৰথমে জৰীপ আৰম্ভ কৰক। পাছত SC ৰ নিৰ্দেশনা ভিত্তিত ব্যবস্থা গ্ৰহণ কৰক।

25/07/2025

মুখ্যমন্ত্ৰী ডাঙৰীয়া জনসাধাৰণে দিয়া ভোটেহে আপোনাক ৰক্ষা কৰি আছে। জনতাই ভোট নিদিলে আপোনাক বন্দুক লৈ ৰখি থকা সকলো এদিন আঁতৰি যাব। এইয়াই নিয়ম। বন্দুক নহয় শিক্ষা লাগে।

25/07/2025

ভাৰতত জনসংখ্যা অত্যাধিক বৃদ্ধি পাইছে সেয়ে এখন জনসংখ্যা নিয়ন্ত্ৰণ আইন লাগে।

25/07/2025

প্ৰাকৃতিক সম্পদবোৰ অসমৰ হাতত থাকিবনে? উচ্ছেদ/ সীমা সমস্যা #চিন্তা_আপোনাৰ

24/07/2025

গাঁৱৰ কৃষকক 2000 নে পানীৰ ব্যবস্থা #চিন্তা_আপোনাৰ

23/07/2025

পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ ৰাজনীতি আৰু ধৰ্মীয় মেৰু বিভাজন ঘটাই উচ্ছেদ কৰাৰ
1.পক্ষে 2. বিপক্ষে

Address

Golaghat

Alerts

Be the first to know and let us send you an email when Nitul Bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nitul Bora:

Share