দৈনিক TIME

দৈনিক TIME জনতাৰ স্বাৰ্থত, জনতাৰ কাষত

30/09/2025

দেৰগাঁৱত কুমাৰ গাঁৱত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ

30/09/2025

দেৰগাওঁ উত্তৰ আঞ্চলিক ৰাজহুৱা দুৰ্গোৎসৱ সমিতিৰ আদৰণীয় পদক্ষেপ
পূজাস্থলীত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

29/09/2025

নুমলীগড় শোধনাগাৰ প্ৰগতি দুৱাৰৰ সন্মুখত মটৰ চালক সন্থা নুমলীগড় শাখাৰ তীব্ৰ প্ৰতিবাদ

29/09/2025

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধনশিৰি জিলা শাখাৰ উদ্যোগত ১৫ সংখ্যক শিশু কল্যাণ দিৱস উদযাপন।

28/09/2025

পশ্চিম লালুক আঞ্চলিক শিৱ মন্দিত চুৰি কাণ্ড ।

28/09/2025

যোৰহাটত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ
সম্পৰ্কত আলোচনা চক্ৰ
আলোচনাত অংশগ্ৰহণ কেইবাজনো মন্ত্ৰীৰ

ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে থকা সকলোৰে বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ দাখিল
27/09/2025

ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে থকা সকলোৰে বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰ দাখিল

27/09/2025

দেৰগাঁৱত জুবিন আত্মাৰ চিৰশান্তি কামনাৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা

27/09/2025

জনজাতি কৰন, পুৰ্ণ স্বায়ত্ত্ব শাসনৰ দাবীত লালুকত ৰাজপথ কপালে সহস্ৰাধিক মটক ৰাইজেঃ জোৰ সমদ’লঃ
মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণঃ জুবিন গাৰ্গৰ মৃত্যুৰো নিৰপেক্ষ তদন্তৰ দাবীঃ

26/09/2025

কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিধায়ক ভৱেন ভৰালী
NHMGolaghat

📌পৃথিৱীৰ ১৯৫ খন দেশৰ ভিতৰত ১১৪খন দেশে জুবিন গাৰ্গক ইণ্টাৰনেটত  চাৰ্চ কৰিছে
26/09/2025

📌পৃথিৱীৰ ১৯৫ খন দেশৰ ভিতৰত ১১৪খন দেশে জুবিন গাৰ্গক ইণ্টাৰনেটত চাৰ্চ কৰিছে

অসমত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ'ব বুলি এক ভুৱা খবৰ অসাধু চক্ৰই বিয়পাইছে ।অনুগ্ৰহ কৰি এনে উৰা বাতৰি বিশ্বাস নকৰিব আৰু নিব...
26/09/2025

অসমত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ'ব বুলি এক ভুৱা খবৰ অসাধু চক্ৰই বিয়পাইছে ।

অনুগ্ৰহ কৰি এনে উৰা বাতৰি বিশ্বাস নকৰিব আৰু নিবিয়পাব ।

ভুৱা খবৰ বিয়পোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব ।

উৰা বাতৰিৰ বিৰুদ্ধে সজাগ হওক ।

Address

Lakhimapur Laluk
Golaghat

Alerts

Be the first to know and let us send you an email when দৈনিক TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to দৈনিক TIME:

Share