11/11/2023
11/11/2023
সময় পাখিলগা কাড়ৰ দৰে। চাওতে চাওতে আৰু এটা বছৰ সম্পূৰ্ণ কৰিলো। অন্তহীন বিচিত্ৰতাৰে ভৰপুৰ মানুহৰ জীৱনবোৰ। জীৱনটোক এটা সুস্থিৰ গতিত আগুৱাই নিবলৈ সকলোৱে আশীৰ্বাদ কৰিব নতুন হেঁপাহৰ উদ্যমেৰে যাতে জীৱন যুঁজত আগবাঢ়ি যাব পাৰো❤️