News Only

News Only news company

04/08/2026

বানাক্ৰান্ত ৰাইজৰ মাজত পুৰ্বাঞ্চল Vikkhu সংঘৰ সাহায্য বিতৰণ।

#পুৰ্বাঞ্চলVikkhuসংঘ
#বানপানী


04/08/2026

বান বিধ্বস্ত অঞ্চলৰ ৰাইজৰ মাজত কঠিয়া বিতৰণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিং জ্যোতি গগৈৰ নেতৃত্বত এটা দলে।

#লুৰিংজ্যোতীগগৈ
#অসমজাতীয়পৰিষদ
#ৰাজুফুকন
#বানপানী

03/08/2026

বানপানীৰত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ মাজত আৰ্থিক সাহায্য প্ৰদান কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

#অখিলগগৈ
#ৰাইজৰদল
#কৃষকমুক্তিসংগ্ৰামসমিতি
#শিৱসাগৰ

03/08/2026

দধীয়াৰ ৩৭৪ টা পৰিয়ালক মাটিৰ ব্যৱস্থা কৰি দিবলৈ জিলা আয়ুক্তক মুখ্যমন্ত্ৰী নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

#হিমন্ত বিশ্ব শৰ্মা
#মুখ্যমন্ত্ৰী অসম
assam
#বানপানী
only assam

03/08/2026

বানাক্ৰান্ত ৰাইজৰ কাষত গোলাঘাটৰ মাৰোৱাৰী সমাজ।

01/08/2026

গোলাঘাটৰ মহিমা গেলাবিলত এই কৰুণ দৃশ্যঃ সৎকাৰৰ বাবে কলৰ ভূৰত পৱনী কুৰ্মী নামৰ এগৰাকী বৃদ্ধাৰ মৃতদেহ কলৰ ভূৰত তুলি সৎকাৰ কৰিবলৈ নিয়াৰ কৰুণ দৃশ্য।

01/08/2026

বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰিবলৈ অহা সকলোকে চাহ বিস্কুট, চৰ্বত আদিৰে আপ্যায়ন শিৱসাগৰ জিলাৰ বেতবাৰী গাঁৱৰ ৰাইজে।

#শিৱসাগৰ
#বানপানী
assam
#অসম
only assam

01/08/2026

শিৱসাগৰ, চৰাইদেউ , আৰু যোৰহাট জিলাত হোৱা প্ৰলয়ংকাৰী বানৰ প্ৰকৃত তদন্তৰ দাবী আছুৰ সভাপতি উৎপল শৰ্মাৰ।

#সদৌ অসম ছাত্ৰ সন্থা
#গোলাঘাট জিলা ছাত্ৰ সন্থা
#উৎপল শৰ্মা
#বানপানী
only assam

31/07/2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত ৰাইজক আগবঢ়োৱা সাহায্য কণা হাঁহক পতান দিয়া বুলি কটাক্ষ লুৰিণ জ্যোতি গগৈৰ।

#লুৰিণ জ্যোতি গগৈ
#অসম জাতীয় পৰিষদ
#বানপানী
#উজনি অসম
# news only assam

30/07/2026

শিৱসাগৰত এগৰাকী কণমানি ছোৱালীৰ মহানুভৱতাঃ টেকেলিত সাচি ৰখা ধন বানপীড়িত ৰাইজৰ বাবে আগবঢ়ালে বিধায়ক অখিল গগৈৰ হাতত।

Address

Golaghat
785621

Website

Alerts

Be the first to know and let us send you an email when News Only posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share