Band of Doyang

Band of Doyang OUR YOUTUBE CHANNEL -- BAND OF DOYANG +91 94356 60949 CONTACT FOR LIVE SHOW

ৰাইজৰ মৰম, আশীৰ্বাদ সহায়-সহযোগ কামনা কৰিলো।চি.এছ.আই.আৰ উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ "ষ্টাফ ক্লাব"ল...
24/04/2024

ৰাইজৰ মৰম, আশীৰ্বাদ সহায়-সহযোগ কামনা কৰিলো।চি.এছ.আই.আৰ উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ "ষ্টাফ ক্লাব"লৈ অশেষ ধন্যবাদ আমাকো সুযোগ প্ৰদান কৰাৰ বাবে।

21/03/2024

যোৱাবাৰৰ দৰেই এইবাৰো আমি সাজু হৈছোঁ ৰাইজৰ আশীৰ্বাদ আৰু মৰম বিছাৰি ।
যোগাযোগৰ নম্বৰ-
+919435660949
+918876896808
+917002150872

কেঞ্চাৰ ৰোগী আশে-পাশে আছে যদি এবাৰ আলোচনা কৰি ইচ্ছা হ'লে, মনেৰে ক'লে এবাৰ গোলাঘাটৰ মাননীয়া শ্ৰী বিমান শইকীয়া ডাঙৰীয়াল...
30/12/2023

কেঞ্চাৰ ৰোগী আশে-পাশে আছে যদি এবাৰ আলোচনা কৰি ইচ্ছা হ'লে, মনেৰে ক'লে এবাৰ গোলাঘাটৰ মাননীয়া শ্ৰী বিমান শইকীয়া ডাঙৰীয়ালৈ ফোন কৰি আলোচনা কৰি, ভাল লাগিলে এবাৰ বনৌষধি চিকিৎসা কৰিব পাৰে।

17/12/2023

মেৰাপানীৰ ধৰ্মপ্ৰাণা, সকলোকে নিজৰ সন্তানৰ দৰে আকোঁৱালি ল'ব পৰা মহিলা, শ্ৰদ্ধাৰ পুষ্পলতা ফুকন বৰমাৰ আকস্মিক দুৰ্ঘটনাজনিত বিয়োগত মৰ্মাহত হৈছোঁ। তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলো আৰু শোকসন্তপ্ত সমূহ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ । আমাৰ "১,২,৩,৪ অ,আ,ক,খ" প্ৰথম শিকা, ৰবাব টেঙা বল, বাঁহৰ মূঢ়াৰ বল খেলা,১৫ আগষ্টত পাহাৰল...
10/12/2023

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ । আমাৰ "১,২,৩,৪ অ,আ,ক,খ" প্ৰথম শিকা, ৰবাব টেঙা বল, বাঁহৰ মূঢ়াৰ বল খেলা,১৫ আগষ্টত পাহাৰলৈ যোৱা কৌফুল অনা, পেঞ্চিলৰ সলনি চেৱা তামোল বা অমৰা (বিনিময় প্ৰথা),চুলিত তেপতেপীয়াকৈ তেল লগাই খট কেইটা কৃষ্ণ-বলোৰাম টিভিত চাই বনাই লৈ যোৱা .....জুলি সিং ,,❤️💕😁😁etc চবটো ক'ব নোৱাৰি না, বাবা। এইবোৰ ৰোমন্থনৰ বাবে লগৰবোৰ আহিবাচোন। আৰু জ্যেষ্ঠ কণিষ্ঠ সকলো আহিব।

মোৰ যোগ্যতা নাই বেছি লিখিবলৈ।
26/10/2023

মোৰ যোগ্যতা নাই বেছি লিখিবলৈ।

অসমৰ ঘৰে ঘৰে জ্বলি উঠক তুলসী তলৰ চাকি আৰু পথাৰত জ্বলি উঠক আকাশবন্তি। কঙালীৰ গৰ্ভতে অঙ্কুৰিত হওক ভোগালীৰ বীজ। কাতিৰ পোহৰে...
18/10/2023

অসমৰ ঘৰে ঘৰে জ্বলি উঠক তুলসী তলৰ চাকি আৰু পথাৰত জ্বলি উঠক আকাশবন্তি। কঙালীৰ গৰ্ভতে অঙ্কুৰিত হওক ভোগালীৰ বীজ। কাতিৰ পোহৰে কঢ়িয়াই আনক সুখ,শান্তি আৰু প্ৰগতিৰ বতৰা।
সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ 🙏।

যোৱানিশা গ্ৰন্থমেলাৰ বাকৰিত। সাঁচি থোৱাৰ মনেৰে থৈ দিলোঁ। ধন্যবাদ জনাইছো গ্ৰন্থমেলাৰ উদ্যোক্তাসমিতি সহিতে শুভাকাংশীসকল আম...
14/10/2023

যোৱানিশা গ্ৰন্থমেলাৰ বাকৰিত। সাঁচি থোৱাৰ মনেৰে থৈ দিলোঁ। ধন্যবাদ জনাইছো গ্ৰন্থমেলাৰ উদ্যোক্তাসমিতি সহিতে শুভাকাংশীসকল আমাকো সুযোগ প্ৰদান কৰাৰ বাবে। ।
বিঃদ্ৰঃ-অহা কাইলৈ আহিবলগীয়া মৰমৰ ককাইটো "কুসুম কৈলাশ"ক মেৰাপানীলৈ স্বাগতম জনাইছো 🙏।

শ্ৰদ্ধাৰে সোঁৱৰিলো।
20/09/2023

শ্ৰদ্ধাৰে সোঁৱৰিলো।

"বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভঃ।নিৰ্বিঘ্নং কুৰু মে দেৱঃ সৰ্বকাৰ্যেষু সৰ্বদা।।"সিদ্ধিদাতা, বিঘ্নহৰ্তা  গণেশ প্ৰভূৰ কৃ...
19/09/2023

"বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভঃ।
নিৰ্বিঘ্নং কুৰু মে দেৱঃ সৰ্বকাৰ্যেষু সৰ্বদা।।"
সিদ্ধিদাতা, বিঘ্নহৰ্তা গণেশ প্ৰভূৰ কৃপাই সকলোৰে জীৱন সুখ-সমৃদ্ধি-সুস্বাস্থ্যৰে সমৃদ্ধ কৰক তাৰ কামনা কৰি সকলোলৈ ’গণেশ চতুৰ্থী’ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

Address

Golaghat
785603

Telephone

+919435660949

Website

Alerts

Be the first to know and let us send you an email when Band of Doyang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Band of Doyang:

Share