Adivasi media

Adivasi media Please follow and liked Work

অসম গৌৰব পাৰ্থিৱ গগৈলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।পাৰৰ্থিৱে তাজিকিস্তান ভ্ৰমণলৈ যোৱা  ২৩ বছৰ অনুৰ্ধ্ব ভাৰতীয় জাতীয় ফুটবল দ...
16/06/2025

অসম গৌৰব পাৰ্থিৱ গগৈলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।পাৰৰ্থিৱে তাজিকিস্তান ভ্ৰমণলৈ যোৱা ২৩ বছৰ অনুৰ্ধ্ব ভাৰতীয় জাতীয় ফুটবল দলত স্থান লাভ কৰি অসমৰ ফুটবলক উজ্জ্বলাই তুলিছে ৷ আমি পাৰৰ্থিৱক লৈ সঁচাই গৌৰাৱাম্বিত ৷ তুমি আৰু আগবাঢ়ি যোৱা , আমাৰ আৰ্শীবাদ সদায় তোমাৰ লগত আছে ৷ আপোনালোকেও পাৰৰ্থিৱক আৰ্শীবাদ কৰক ৷

Gogoi Hiren
Parthib Gogoi
Pragyan Gogoi
Assam Football Association

29/05/2025

মোৰ page or সকলো বন্ধু-বান্ধৱীলৈ বিনম্ৰভাৱে অনুৰোধ জনাও যে ইংৰাজী ২৩/০৫/২৫ তাৰিখ দেওবাৰে মোৰ মামাৰ সৰু লৰা সজ্ঞীৱ নাগবংশীৰ এক পথ দুৰ্ঘটনাত আহত হয়। আৰু যোৰহাট JMCH ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আপোনালোকে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিৱ যে সি ভালে ভালে ঠিক হৈ ঘৰলৈ ওভতি আহে যেন।🙏🙏🙏😭

With Anuradha kurmi official – I just got recognized as one of their top fans! 🎉
01/03/2025

With Anuradha kurmi official – I just got recognized as one of their top fans! 🎉

01/03/2025
24/02/2025

বিশ্ব দৰবাৰত উজলিবলৈ সাজু ঝুমুৰ নৃত্য | আজি সৰুসজাই ষ্টেডিয়ামত চূড়ান্ত অনুশীলন

08/02/2025

আজি যোৰহাটত ঝুমুইৰ দলৰ প্ৰশিক্ষণ হয় আছে.....🥇

01/01/2025

ইংৰাজী 2025 ৰ নৱবৰ্ষ আৰু ভোগালী বিহৰ ওলগ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো , অহা নৱবৰ্ষটি আপোনাৰ লগতে আপোনাৰ পৰিয়ালটিক ভগৱানে কুশলে-মঙ্গলে ৰাখক তাৰে কামনা কৰিলো !

My all friends😎🤗
01/01/2025

My all friends😎🤗

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onb...
26/09/2024

Shout out to my newest followers! Excited to have you onboard! Shout out to my newest followers! Excited to have you onboard! Surj Dusad, Pankaj Raj

Address

Golaghat Dergoan
Golaghat
785614

Alerts

Be the first to know and let us send you an email when Adivasi media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Adivasi media:

Share

Category