Diganta dutta page

Diganta dutta page Don't Be Afraid to Start Over. It's A Chance To Build Something Better.

আৰ্লিং হালেণ্ডৰ ভগ্নী ছচিয়েল মিডিয়াত ভাইৰেল।নৰৱেৰ খেল চোৱাৰ বাবে গেলাৰীত উপস্থিত থকা আৰ্লিং হালেণ্ডৰ ডাঙৰ ভগ্নী গেব্ৰি...
07/07/2026

আৰ্লিং হালেণ্ডৰ ভগ্নী ছচিয়েল মিডিয়াত ভাইৰেল।
নৰৱেৰ খেল চোৱাৰ বাবে গেলাৰীত উপস্থিত থকা আৰ্লিং হালেণ্ডৰ ডাঙৰ ভগ্নী গেব্ৰিয়েল ব্ৰাউট হালেণ্ড (Gabrielle Braut Haaland) এতিয়া বিশ্বজুৰি ভাইৰেল হৈ পৰিছে। হালেণ্ডৰ সৈতে থকা তেওঁৰ মুখৰ হুবহু সাদৃশ্য দেখিবলৈ পাই ফুটবল অনুৰাগীসকলে তেওঁক হালেণ্ডৰ "মহিলা সংস্কৰণ" বুলি চৰ্চা কৰিছে।



07/07/2026

ৰোমেলু লুকুকাৰ 'ডনাল্ড ট্ৰাম্প ডান্স' ভাইৰেল|⚽❤️
ৰাউণ্ড অৱ ১৬-ৰ খেলত আমেৰিকাক ৪-১ ব্যৱধানত পৰাস্ত কৰাৰ পিছত বেলজিয়ামৰ তাৰকা ষ্ট্ৰাইকাৰ ৰোমেলু লুকুকা (Romelu Lukaku)-ই ডনাল্ড ট্ৰাম্পক ব্যংগ কৰি এটা বিশেষ ডান্স কৰে, যিটো ছচিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে। আমেৰিকাৰ খেলুৱৈ ফ’লাৰিন বালোগানৰ ৰেড কাৰ্ডখন বাতিল কৰিবলৈ ডনাল্ড ট্ৰাম্পে ফিফাক কৰা হেঁচাৰ প্ৰতিবাদ স্বৰূপে লুকুকাৰ এই ব্যংগাত্মক নৃত্য আছিল।

03/07/2026

Phool phool pe bani tera|🌹🍁

03/07/2026

Cristiano Ronaldo ৰক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে গ’ল দি ইতিহাস ৰচনা|⚽❤️

With Jugesh Kaman Assam Lakshmipur – I just got recognized as one of their top fans! ধন্যবাদ।🎉
10/12/2025

With Jugesh Kaman Assam Lakshmipur – I just got recognized as one of their top fans! ধন্যবাদ।🎉

Address

Merapani
Golaghat
785705

Website

Alerts

Be the first to know and let us send you an email when Diganta dutta page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Diganta dutta page:

Shortcuts

Share