M.News 24×7

M.News 24×7 সত্যৰ বাবে এই যাত্ৰা

20/10/2025

#মেৰাপানীত গোলাঘাট নৰ্থ ইষ্ট ইয়ৰ্থ ফিউচাৰ ফাউণ্ডেশ্যন এন জি অৰ জুবিন গাৰ্গৰ এমহীয়া আদ্যশ্ৰাদ্ধ পালনঃ
জুবিনৰ ষড়যন্ত্ৰমুলক হত্যাকাৰীক দৃষ্টান্তমুলক শাস্তিৰ দাবী
M.News 24×7

জুবিন দাৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ,শ্যামকানু-সিদ্ধাৰ্থক গ্ৰেপ্তাৰ,
01/10/2025

জুবিন দাৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ,শ্যামকানু-সিদ্ধাৰ্থক গ্ৰেপ্তাৰ,

25/09/2025
24/09/2025

📌অজান দেশলৈ গুচি গ'ল সকলোৰে মৰমৰ জুবিন গাৰ্গ

M.News 24×7

19/09/2025

শেষ মুহূৰ্ত্ত সময় কন চাওঁক চোন
কিমান বেদনাদায়ক

14/09/2025

প্ৰধানমন্ত্রীৰ গোলাঘাট ভ্ৰমণৰ সময়তে মৃত বনকৰ্মী দশমী দুৱৰাৰ বাসগৃহত চলি থকা এক ৰাজহুৱা আলোচনাৰ পৰা কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াক আটক গোলাঘাট আৰক্ষীৰ।

মুখ্যমন্ত্ৰীৰ হাতত SITৰ প্ৰতিবেদন। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ৪গৰাকী তদন্তকাৰী বিষয়াই দাখিল কৰিলে কেইবাপৃষ্ঠাজোৰা...
10/09/2025

মুখ্যমন্ত্ৰীৰ হাতত SITৰ প্ৰতিবেদন। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ৪গৰাকী তদন্তকাৰী বিষয়াই দাখিল কৰিলে কেইবাপৃষ্ঠাজোৰা প্ৰতিবেদন।
M.News 24×7

08/09/2025

ৰাজ্যজুৰি ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন
প্ৰাগ নিউজৰ উদ্যোগত মেৰাপানী এল পি স্কুলত কেক কাটি উদযাপন শতবাৰ্ষিকী জন্ম দিন

M.News 24×7

06/09/2025

*মেৰাপানী ২নং নেঘেৰিবিলৰ উচ্ছেদস্থলী পৰিদৰ্শন সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা
*পৰিদৰ্শন কৰি তীব্ৰ প্ৰতিক্ৰিয়া কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰিষজ্যোতি দাসৰ

M.News 24×7

2026 ত কাৰ আপোনাৰ মতামত জনাবচোনM.News 24×7         Himanta Biswa Sarma Gaurav Gogoi
04/09/2025

2026 ত কাৰ
আপোনাৰ মতামত জনাবচোন
M.News 24×7
Himanta Biswa Sarma Gaurav Gogoi

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when M.News 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share