ASM.Anupam saikia

ASM.Anupam saikia Golaghat assam

14/02/2026

বিকশিত ভাৰতৰ খনিকৰ, অসম হিতৈষী, দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু অসমখনৰ প্ৰতি থকা আন্তৰিকতা, সদিচ্ছা আৰু দায়বদ্ধতাৰ বাবেই এতিয়া অসমত উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পবিত্ৰ অসমভূমিলৈ হৃদয়ৰ নিভৃত কোণৰ পৰা উষ্ম আদৰণি জনাইছোঁ।
Narendra Modi Himanta Biswa Sarma
BJP Assam Pradesh

09/02/2026

মাজগাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডত বিগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ ৱাৰ্ড সদস্যা হিচাপে প্ৰতিনিধিত্ব কৰা শ্ৰীমতী মানসী কোঁৱৰে আজি ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ প্ৰতি আস্থা প্ৰকাশ কৰি আমাৰ দলত যোগদান কৰে।

বাইদেউক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনালোঁ।
Himanta Biswa Sarma BJP Assam Pradesh

20/01/2026
  afternoon Guy's কালিলৈ মামাৰ কাৰণে ফ্লেগ লগাই আছো 🏖️🌴🏞️
04/01/2026

afternoon Guy's কালিলৈ মামাৰ কাৰণে ফ্লেগ লগাই আছো 🏖️🌴🏞️

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when ASM.Anupam saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share