Minakshi Gogoi official

Minakshi Gogoi official personal blog, Beauty,Cosmetic & personal care

Happy Durga puja
26/10/2023

Happy Durga puja

15/10/2023

Husband birthday কেনেকৈনো celebrate কৰিলো চাওঁ আহক🎂 🥳💖💥

এপৰ দুপৰ  কৈ সময়বোৰ এই বছৰ সময়বোৰ  কেনেকৈ নো পাৰ হ'ল গমকে নাপালো । আজিও  মনত  আছে তোমাক  লগপোৱাৰ দিনটোৰ কথা। সময়ে সকলো...
14/10/2023

এপৰ দুপৰ কৈ সময়বোৰ এই বছৰ সময়বোৰ কেনেকৈ নো পাৰ হ'ল গমকে নাপালো । আজিও মনত আছে তোমাক লগপোৱাৰ দিনটোৰ কথা। সময়ে সকলোবোৰ পৰিবৰ্তন কৰিলেও আজিও তুমি মোৰ মনত সেই আগৰ ভাল পতৱা মানুহটোৱে হৈ আছা ।এই নতুন বছৰটিত ইজনে সিজনে আমি ভাল বেয়া বহুদিন পাৰ কৰিলো। আশা কৰিছো অনাগত আহিব লগা দিন কেইটাত ভগৱানে যেন আমাৰ জীৱনৰ পৰা বেয়া দিনবোৰ আতৰাই আজিৰ এই নতুন দিনটোৰ পৰাই যেন এটি শুভ দিনৰ আগমন ঘটাই। আজিৰে পৰা সদায়ে যেন ভাল হয় তাৰে আশাৰে মোৰ মৰমৰ মানুহজনলৈ জন্ম দিনৰ বহুত বহুত মৰম আৰু শুভেচ্ছা যাঁচিলো। তুমি মনে বিচৰা সকলোবোৰ আশা যেন ভগৱানে পুৰন কৰে তাৰে কামনা কৰিছো 🎂🥰🥳💖💖🥰🍫🥳

🖤🤍🖤
12/10/2023

🖤🤍🖤

মোৰ  ঘৰৰ  চাৰিওফালৰ  গাঁৱলীয়া পৰিৱেশটো চাওঁ আহক🌿🌲🌱🌳
09/10/2023

মোৰ ঘৰৰ চাৰিওফালৰ গাঁৱলীয়া পৰিৱেশটো চাওঁ আহক🌿🌲🌱🌳

Created by InShot:https://inshotapp.page.link/YTShare

Address

Golaghat, Barpathar
Golaghat
785602

Website

Alerts

Be the first to know and let us send you an email when Minakshi Gogoi official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Minakshi Gogoi official:

Share

Category