28/08/2026
প্ৰকৃতি কিমান শক্তিশালী পুনৰবাৰ নেপালৰ প্ৰলয়ংকাৰী বানে প্ৰমান কৰি দেখুৱাই দিলে। ১৬০ ফুট উচ্চতালৈকে পানী উঠিছে। মানুহে নিৰাপদ স্থানলৈ যাবলৈ ১০ ছেকেণ্ডো সময় নাপালে। এতিয়াও শতাধিক লোক সন্ধানহীন হৈ আছে আৰু ৩৩২ টাত কৈও অধিক মৃতদেহ উদ্ধাৰ হৈছে। নেপালৰ এই ভয়াবহ পৰিস্থিতি দেখি বুকু কপি উঠিছে। আচলতে কাৰ ভূলৰ বাবে বাৰে বাৰে ৰ্নিদোষী মানুহখিনিয়ে কষ্ট পাবলগা হৈছে। অসমখনটো চাৰিওফালৰ পৰা বিপদত পৰিয়েই থাকে। হে ভগৱান ৰক্ষা কৰিবা নেপালক। সোনকালেই যাতে নেপালৰ পৰিস্থিতি স্বাভাৱিক হয় আৰু সকলোৱে যাতে প্ৰয়োজনীয় সকলো সা-সুবিধা লাভ কৰে তাকেই আশা কৰিলোঁ।