L dharitri Thengal

L dharitri Thengal নমস্কাৰ বন্ধু বান্ধৱী সকল সকলোকে মৰম আৰু শ্ৰদ্ধাৰে লিয়ানৰ সৰু পেজটোলৈ স্বাগতম জনালো।

17/08/2026
Good evening dear creators ♥️    ゚viralシfypシ゚viralシal              #
07/05/2026

Good evening dear creators ♥️

゚viralシfypシ゚viralシal #

Good night everyone ♥️♥️♥️♥️♥️♥️♥️    ゚viralシfypシ゚viralシal
19/04/2026

Good night everyone ♥️♥️♥️♥️♥️♥️♥️

゚viralシfypシ゚viralシal

স্মৃতিৰ হাঁহি পাতত…✅স্মৃতিৰ হাঁহি পাততএতিয়া মাথোঁ নীৰৱতা লিখা থাকে,এদিন য’ত হাঁহিৰ শব্দে হৃদয় ভৰাইছিলআজি তাত দুখৰ ছাঁয়ে ...
04/04/2026

স্মৃতিৰ হাঁহি পাতত…✅

স্মৃতিৰ হাঁহি পাতত
এতিয়া মাথোঁ নীৰৱতা লিখা থাকে,
এদিন য’ত হাঁহিৰ শব্দে হৃদয় ভৰাইছিল
আজি তাত দুখৰ ছাঁয়ে ঘৰ সাজিছে।
তোমাৰ সৈতে কটাই যোৱা ক্ষণবোৰ
এতিয়া মাথোঁ স্মৃতি হৈ বুকুত জ্বলি থাকে,
হাঁহি বুলি যাক ভাবিছিলোঁ
সেয়া আচলতে বিদায়ৰ আগজাননী আছিল নেকি…
ৰাতি গভীৰ হ’লে মনটো চুপচাপ কঁপে,
কাৰণ অন্ধকাৰেও তোমাৰ অভাৱ ঢাকিব নোৱাৰে।
চকুৰ পানীবোৰে কেতিয়াবা সুধে—
“যি মানুহটো ইমান আপোন আছিল,
সি আজিৰ দিনত ইমান দূৰ কেনেকৈ হ’ল?”
স্মৃতিৰ হাঁহি পাতত
আজিও তোমাৰ নাম মচি পেলাব নোৱাৰিলোঁ,
কাৰণ দুখবোৰে মোক এটাই শিকালে—
কিছুমান মানুহ জীৱনত নাথাকিলেও
হৃদয়ৰ পৰা কেতিয়াও বিদায় নলয়
তোমাক বিদায় দিয়াৰ কথা ভাবিৱই নোৱাৰো
সদায় থাকিবা হৃদয়ৰ সেই বিশেষৰো বিশেষ কোনত বৰ সযতনে শেষ উশাহলৈ❤️

゚viralシfypシ゚viralシal

Address

No3 Torani Maz Gaon
Golaghat
785705

Telephone

+916900995360

Website

Alerts

Be the first to know and let us send you an email when L dharitri Thengal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to L dharitri Thengal:

Shortcuts

Share