
31/07/2024
শৈশৱ কালৰ স্মৃতি ৰোমন্থন কৰি বৰ্তমান সেই গাঁৱৰ আমূল পৰিৱৰ্তনৰ কথা । শৈশৱ কালৰ কথা মনলৈ অহাৰ লগে লগে মনত সেই সময়ৰ গাঁওখনৰ ছবিয়ে ছয়া – ময়াকৈ লুকাভাকু খেলিবলৈ আৰম্ভ কৰেহি । ‘সৰু গাঁওখনৰ নাম । এই সৰু গাঁওখনতেই তেওঁ জন্মগ্ৰহণ কৰি শৈশৱ কাল অতিবাহিত কৰি যৌৱনত ভৰি দিছোঁ ।