Dimpi New..(pakhi).

Dimpi New..(pakhi). সকলো বন্ধু বান্ধৱীক মোৰ সৰু পৃথিৱী খনলৈ স্বাগতম ৷

পেজটো আগুৱাই নিয়াত সহায় কৰিব বুলি আশা কৰিলো৷
(1)

27/05/2026

কালি জুবিন গাৰ্গৰ ঘৰৰ সন্মুখত এই মানুহজনে এনেদৰে জুবিন দাৰ গানবোৰ গাই আছিল ।
মই চাহ খাব গৈছিলো ।
ওচৰৰ মানুহবোৰক সুধিলো কোন হয় তেতিয়া তেঁওলোকে ক’লে — “এইটো পাগল”
মই একো মাত নামাতিলো ।
কিন্তু মই লক্ষ‍্য কৰিলো যে- তেঁও জুবিনদাৰ গানবোৰ এটা এটাকৈ গাইছে ।
মাজে মাজে জুবিনদালৈ চাই ৰৈ যায়।
মাজে মাজে কান্দে।
আচলতে তেঁওলোকে ঠিকেই কৈছিল — “এইটো পাগল”
কিন্তু মই অনুভৱ কৰিলো এইজন মানসিকভাবে পাগল নহয় ,এও হৈছে — “জুবিন পাগল”
জুবিন দা নোহোৱা ৮ মাহ হ’ল বহুতে পাহৰিছে জুবিন দাক কিন্তু যিসকল প্ৰকৃত জুবিন পাগল তেঁওলোকৰ এইজনৰ দৰেই অৱস্থা ।

উজনি অসমৰ দেৰগাৱৰ এখন ভিতৰুৱা গাঁও নাম খনিকৰ গাঁও। য'ত সংৰক্ষিত খনিকৰ পুথিভাগ । অসমৰ বিভিন্ন ঠাই লৈ এনেদৰে পদযাত্ৰাৰে লৈ...
18/05/2026

উজনি অসমৰ দেৰগাৱৰ এখন ভিতৰুৱা গাঁও নাম খনিকৰ গাঁও। য'ত সংৰক্ষিত খনিকৰ পুথিভাগ । অসমৰ বিভিন্ন ঠাই লৈ এনেদৰে পদযাত্ৰাৰে লৈ যোৱা হয় পুথিভাগ ।

এইখন পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন-ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। এই পুথিখন প্রায় আঢ়ৈশ বছৰ পুৰণি। লোকবিশ্বাস মতে পুথিখনত বিভিন্ন আধ্যাত্মিক আৰু অলৌকিক শক্তি জড়িত হৈ আছে।

ভাললাগিলে শ্বেয়াৰ কৰিব 🙏

18/05/2026

🙏🏻

04/05/2026

বিজেপিক স্বাগতম কৰি সত‍্যৰ কাৰ্যালয়ত বিহু আৰম্ভ

ব’হাগীজনী ❤️
17/04/2026

ব’হাগীজনী ❤️

Address

Golaghat

Website

Alerts

Be the first to know and let us send you an email when Dimpi New..(pakhi). posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dimpi New..(pakhi).:

Share