Kaziranga Times

Kaziranga Times News and information

"মিঞাক সমৰ্থন কৰাৰ কাৰণে অখিল গগৈৰ ওপৰত অসমীয়া মানুহ গুজৰি-গুমৰি আছে" ।নেপালৰ দৰে অৱস্থা হলে অসমত মানুহে প্ৰথমে অখিল গগৈ...
15/09/2025

"মিঞাক সমৰ্থন কৰাৰ কাৰণে অখিল গগৈৰ ওপৰত অসমীয়া মানুহ গুজৰি-গুমৰি আছে" ।
নেপালৰ দৰে অৱস্থা হলে অসমত মানুহে প্ৰথমে অখিল গগৈৰ ঘৰটোৱে ভাঙিব।🤗😂😆

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

15/09/2025

নীপকোয়ে এৰিছে অতিৰিক্ত পানী।গোলাঘাট জিলাৰ নদীকাষৰীয়া অঞ্চল বানত প্লাবিত হোৱাৰ আশংকা!!

অপাৰেছন সিন্দূৰেই নহয়,এছিয়া কাপ ক্ৰিকেটতো আজি ভাৰতে বেয়াকৈ পিতিলে পাকিস্তানক। এছিয়া কাপ কিকেটত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ...
14/09/2025

অপাৰেছন সিন্দূৰেই নহয়,এছিয়া কাপ ক্ৰিকেটতো আজি ভাৰতে বেয়াকৈ পিতিলে পাকিস্তানক। এছিয়া কাপ কিকেটত ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ শোচনীয় পৰাজয়। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ৭ উকেটত জয়লাভ। 🏆🏏️🎉 🤩👏

অসমত ৫.৯ ৰিখটাৰ স্কেলত প্ৰচণ্ড ভূমিকম্প। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক ক্ষতি। বিয়লি ৪.৪১ বজাত সংঘটিত হোৱা ভূমিকম্পৰ ক...
14/09/2025

অসমত ৫.৯ ৰিখটাৰ স্কেলত প্ৰচণ্ড ভূমিকম্প। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক ক্ষতি। বিয়লি ৪.৪১ বজাত সংঘটিত হোৱা ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল উদালগুৰি জিলা।

'কংগ্ৰেছ দেশ বিৰোধী, অনুপ্ৰৱেশকাৰীৰ ৰক্ষক' 'ভোটবেংকৰ বাবে কংগ্রেছে সদায় দেশ বিৰোধী শক্তিক সমৰ্থন কৰি আহিছে' ‘অসমৰ বিকাশৰ...
14/09/2025

'কংগ্ৰেছ দেশ বিৰোধী, অনুপ্ৰৱেশকাৰীৰ ৰক্ষক'
'ভোটবেংকৰ বাবে কংগ্রেছে সদায় দেশ বিৰোধী শক্তিক সমৰ্থন কৰি আহিছে'
‘অসমৰ বিকাশৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিছে অনুপ্ৰৱেশকাৰী’
নুমলীগড়ত উদাত্ত ভাষণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

নুমলীগড়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে বিশ্বৰ প্রথমটো বাঁহভিত্তিক বায়’-ইথান’ল প্রকল্প। আধাৰশিলা স্থাপন পলীপ...
14/09/2025

নুমলীগড়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিলে বিশ্বৰ প্রথমটো বাঁহভিত্তিক বায়’-ইথান’ল প্রকল্প।
আধাৰশিলা স্থাপন পলীপ্ৰপেলিন উদ্যোগৰ।
‘বায়’-ইথান’ল প্রকল্পই উপকৃত কৰিব অসমৰ বাঁহ খেতিয়কক’
‘‘কৃষকৰ বাঁহ চৰকাৰে নিজে ক্ৰয় কৰিব"
‘বায়’-ইথান’ল প্রকল্পৰ নিৰ্মাণ অসমৰ বাবে গৌৰৱৰ কথা’
‘ভাৰতৰ ভিতৰতে আজি অসমত দ্রুত উন্নয়ন হৈছে’।

নুমলীগড়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী।

14/09/2025

অসমত ভূমিকম্পৰ জোকাৰণি।

"ভাৰতৰ অপাৰেশ্যন সিন্দূৰৰ পিছত মোৰ এয়া প্ৰথম অসম ভ্ৰমণ। " মা কামাখ্যাৰ কৃপাত সফল হৈ উঠিল অপাৰেশ্যন সিন্দূৰ": প্ৰধানমন্ত্...
14/09/2025

"ভাৰতৰ অপাৰেশ্যন সিন্দূৰৰ পিছত মোৰ এয়া প্ৰথম অসম ভ্ৰমণ।
" মা কামাখ্যাৰ কৃপাত সফল হৈ উঠিল অপাৰেশ্যন সিন্দূৰ": প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ প্ৰাকক্ষণত গোলাঘাট আৰক্ষীয়ে আটক কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS) আৰু ছাত্ৰ মুক্তি সং...
14/09/2025

প্ৰধানমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ প্ৰাকক্ষণত গোলাঘাট আৰক্ষীয়ে আটক কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS) আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (SMSS) ৰ নেতা বিদ্যুৎ শইকীয়া আৰু পিণ্টু গগৈক।

'কা' বাতীলৰ দাবীত শনিবাৰে গোলাঘাট কপাইছিল KMSS আৰু SMSS য়ে।

এছিয়া কাপৰ সমুখ সমৰত আজি ভাৰত-পাকিস্তান। অপাৰেচন সিন্দূৰৰ পাছত প্ৰথমবাৰলৈ মুখামুখি হব চিৰবৈৰী ভাৰত-পাকিস্তান।
14/09/2025

এছিয়া কাপৰ সমুখ সমৰত আজি ভাৰত-পাকিস্তান। অপাৰেচন সিন্দূৰৰ পাছত প্ৰথমবাৰলৈ মুখামুখি হব চিৰবৈৰী ভাৰত-পাকিস্তান।

"ভাৰতৰ একতা আৰু অখণ্ডতাৰ মহান নায়ক হৈছে ভূপেনদা"। গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 🙏🏽💖🎉
13/09/2025

"ভাৰতৰ একতা আৰু অখণ্ডতাৰ মহান নায়ক হৈছে ভূপেনদা"।

গুৱাহাটীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 🙏🏽💖🎉

প্ৰধানমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ প্ৰাক মুহূৰ্তত KMSS ৰ গোলাঘাটত প্ৰতিবাদী কাৰ্যসূচী।'কা' বাতিলৰ দাবীত হাতে হাতে কলা পতাকা ল...
13/09/2025

প্ৰধানমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণৰ প্ৰাক মুহূৰ্তত KMSS ৰ গোলাঘাটত প্ৰতিবাদী কাৰ্যসূচী।
'কা' বাতিলৰ দাবীত হাতে হাতে কলা পতাকা লৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ।

Address

KACHARIHAT , GOLAGHAT
Golaghat

Alerts

Be the first to know and let us send you an email when Kaziranga Times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kaziranga Times:

Share