Monurama's Daily life

  • Home
  • Monurama's Daily life

Monurama's Daily life আহক আমি সকলোৱে মৰমেৰে মিলিজুলি হাতে হাত ধৰি আগবাঢ়ি যাওঁ।

পুৱাৰ পোহৰ উলাও উলাওতেই খাদ্যৰ বাবে অপেক্ষা কৰি ৰৈ আছে।সকলো আহাৰমুখী।শুভ ৰাতিপুৱা Good morning everyone. #ফটো
23/08/2026

পুৱাৰ পোহৰ উলাও উলাওতেই খাদ্যৰ বাবে অপেক্ষা কৰি ৰৈ আছে।সকলো আহাৰমুখী।
শুভ ৰাতিপুৱা
Good morning everyone.
#ফটো

নিশাৰ মধুৰ সপোন ৰচি ভাললগা এটি সুন্দৰ পুৱাৰ পোৱাৰ আশাৰে সকলোকে শুভ ৰাত্ৰি জনালোঁ।Good night everyone  #ফটো
22/08/2026

নিশাৰ মধুৰ সপোন ৰচি ভাললগা এটি সুন্দৰ পুৱাৰ পোৱাৰ আশাৰে সকলোকে শুভ ৰাত্ৰি জনালোঁ।
Good night everyone
#ফটো

খুৰা আৰু খুৰীক একেলগে একপি মাৰি থলো।শুভ ৰাতিপুৱা।Good morning everyone    #ফটো
22/08/2026

খুৰা আৰু খুৰীক একেলগে একপি মাৰি থলো।
শুভ ৰাতিপুৱা।
Good morning everyone
#ফটো

সকাম এটাৰ নামৰ অন্তত তিনিও ফটো এখন মাৰি থলো।শুভ ৰাত্ৰি।.Good night everyone.  #ফটো     you
21/08/2026

সকাম এটাৰ নামৰ অন্তত তিনিও ফটো এখন মাৰি থলো।
শুভ ৰাত্ৰি।.
Good night everyone.
#ফটো you

"সন্ধিয়া লাগিছে,বেলিটি ডুবিছে,মলয়া বলিছে জুৰ।"আজি দিনত বহুত গৰম ।আপোনালোকৰ ফালে একা?শুভ সন্ধিয়া।Good evening everyone...
21/08/2026

"
সন্ধিয়া লাগিছে,
বেলিটি ডুবিছে,মলয়া বলিছে জুৰ।"আজি দিনত বহুত গৰম ।আপোনালোকৰ ফালে একা?
শুভ সন্ধিয়া।
Good evening everyone.
#ফটো you

এইটো কি ফুল বাৰু?কৱচোন দেই।শুভ ৰাতিপুৱা।Good morning everyone    #ফটো
21/08/2026

এইটো কি ফুল বাৰু?কৱচোন দেই।
শুভ ৰাতিপুৱা।
Good morning everyone
#ফটো

বতৰৰ পৰিবেশত গা মন ভাল হৈ থকা নাই।ফেচবুকত সময় দিব পৰা নাই।ফটোখন কেইটিমানৰ আগৰ হয়।শুভ ৰাত্ৰি।Good night everyone. #ফটো ...
20/08/2026

বতৰৰ পৰিবেশত গা মন ভাল হৈ থকা নাই।ফেচবুকত সময় দিব পৰা নাই।ফটোখন কেইটিমানৰ আগৰ হয়।
শুভ ৰাত্ৰি।
Good night everyone.
#ফটো

"অকলশৰীয়া মই এটি ছাঁয়া।"অকলশৰে নিজানে নিতালে নিজ ৰাজ্যত বিচক্ষণ কৰি কৰি কেতিয়াবা ভাগৰি পৰো।শুভ সন্ধিয়া।Good evening e...
19/08/2026

"অকলশৰীয়া মই এটি ছাঁয়া।"অকলশৰে নিজানে নিতালে নিজ ৰাজ্যত বিচক্ষণ কৰি কৰি কেতিয়াবা ভাগৰি পৰো।
শুভ সন্ধিয়া।
Good evening everyone.
#ফটো ゚ you

মোৰ লগত লাগি থকা সদস্য। ইহঁতৰ লগত লাগি থাকি ভাল লাগে। বিশ্বাসী ।শুভ ৰাতিপুৱা।Good morning everyone. #ফটো
19/08/2026

মোৰ লগত লাগি থকা সদস্য। ইহঁতৰ লগত লাগি থাকি ভাল লাগে। বিশ্বাসী ।
শুভ ৰাতিপুৱা।
Good morning everyone.
#ফটো

"গাড়ীৰ চকা এদিন তল এদিন ওপৰ।l"কেতিয়ানো উপৰ হয় তাৰেই আশাৰে ৰঙীন দিনৰ আশা কৰি আছোঁ ৰৈ।শুভ ৰাত্ৰি।Good night everyone.   ...
18/08/2026

"গাড়ীৰ চকা এদিন তল এদিন ওপৰ।l"কেতিয়ানো উপৰ হয় তাৰেই আশাৰে ৰঙীন দিনৰ আশা কৰি আছোঁ ৰৈ।
শুভ ৰাত্ৰি।
Good night everyone.

Address


785 621 (GOLAGHAT CENTRAL) – HEAD POST OFFICE (HPO), * 785 702 (BENGENAKHOWA C

Website

Alerts

Be the first to know and let us send you an email when Monurama's Daily life posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your business to be the top-listed Media Company?

Share