Hunali Assam 24

Hunali Assam 24 প্ৰতিপল আপোনাৰ কাষত
Hunali Assam 24
👉https://www.youtube.com/
(1)

29/04/2025

যোৰহাটত চিকিৎসা মহাবিদ্যালয়ৰ সমিপত কুশল কোঁৱৰ পথৰ বাকৰিত ৪১ তম্
বর্ষ ৰঙালী বিহু উৎযাপন।

29/04/2025

যোৰহাট স্থিত দিল্লী পাব্লিক স্কুলৰ নৱম গৌৰৱময় প্ৰতিষ্ঠা দিৱস উদযাপন....

29/04/2025

সাংস্কৃতিক নগৰী তেজপুৰৰ লুইতপাৰত ৰঙালী বিহু সন্মিলন সম্পন্ন ।

28/04/2025

📌সোনাৰি লুখুৰাখনত উচ্চ ক্ষমতা সম্পন্ন ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন বিদ্যুৎ কৰ্মচাৰী এখন হাত সম্পূৰ্ণ ৰূপে জ্বলি যোৱাৰ লগতে দুটা ভৰি জ্বলি যায় ।

📌আহত কৰ্মচাৰী জনৰ নাম কেশৱ গগৈ । ঘৰ মৰাণহাবি গাওঁত ।

📌এটা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ স্থাপন কৰি থকা সময়তে ঘটনাটো সংঘটিত হয় । লোক জন বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী । সংকট জনক অৱস্থাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ততালিকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় এ এম চি লৈ প্ৰেৰণ কৰা হয়।।

28/04/2025

গোলাঘাটৰ বাদুলিপাৰত উদুলিমুদুলি পৰিবেশ ৷ ৰঙামাটি সমবায় সমিতিৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী আৰু ব’হাগী উৎসৱ উপলক্ষে আহ্লাদিত পৰিবেশ ।

28/04/2025

গোলাঘাটৰ গুৰুকুল গ্লৱেল একাডেমিত ৰঙালী বিহুৰ কায্যসূচী উদযাপন ৷

28/04/2025

গৌৰিপুৰত "NASSP"ৰ ধুবুৰী জিলা সমিতি গঠন।

28/04/2025

জম্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য দি আৰক্ষীৰ জালত গোলাঘাটৰ ডিম্পল বৰা ওৰফে দধিছী ডিম্পল।
গোলাঘাট আৰক্ষীয়ে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰি গোলাঘাট সদৰ থানালৈ লৈ আনে ডিম্পল বৰাক।

28/04/2025

ভূস্বৰ্গ কাশ্মীৰৰ পেহেলগামত পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে ২৬ জনকৈ হিন্দু পয্যটকক ধৰ্মৰ আধাৰত নৃশংসতাৰে গুলীয়াই হত্যাকৰাৰ প্ৰতিবাদত গোলাঘাটৰ খুমটাই চাহবাগিছাৰ সমূহ সনাতনী হিন্দু একত্ৰিত হৈ এক প্ৰতিবাদী কায্যসূচী সম্পন্ন৷

28/04/2025

তেজপুৰৰ প্ৰাক্তন ছাত্ৰ-নেতা বিশ্বজিৎ বৰাৰ হত্যাকাণ্ড আজিও ৰহস্য হৈয়ে থাকিল ।

28/04/2025

চৰাইদেউ সোনাৰি সমষ্টি আৰু মাহমৰা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰিলে ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সভাপতি দিলীপ শ‌ইকীয়াই ।

27/04/2025

যোৰহাটত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা।

27/04/2025

📌যোৰহাটত শেহতীয়াকৈ বৃদ্ধি পোৱা বিভিন্ন অপৰাধ মূলক ঘটনাৰ পাছত সক্ৰিয় হৈছে যোৰহাট আৰক্ষী....

📌নগৰৰ বঙাল পুখুৰীত স্কুটিত গৈ থকা দুজন যুৱকৰ পৰা কিছু ড্ৰাগছ জব্দ কৰে...

📌যুৱক দুজনৰ নাম শিবা দাস অসীম বুলি জানিবলৈ পৰা গৈছে....

26/04/2025

বাইক আৰোহি ছাত্ৰৰ গাৰ ওপৰেৰে পাৰ হৈ গল দাম্পাৰ। এজনৰ মৃত্যু এজন আহত।।

26/04/2025

যোৰহাট জিলা কংগ্রেছ কমিটিৰ উদ্যোগত কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ আক্ৰমণত মৃত্যু হোৱা নিৰীহ পৰ্যটক সকলৰ প্ৰতি শ্রদ্ধাঞ্জলী আৰু মৌন সমদল কাৰ্যসূচী ৰূপায়ন।

26/04/2025

বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়তৰ ছুৱাপাতাত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ, নায়েৰ আলগা টিলাপাৰা জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী আশ্বাদ আলিৰ।

26/04/2025

📌'সৰুৰে পৰা দেখি অহা যুদ্ধখনৰ সমাধান লাগে, আমি শান্তি বিচাৰো'-জুবিন গাৰ্গ
📌পেহেলগামৰ ভয়ংকৰ লৈ কি মন্তব্য জুবিন গাৰ্গৰ।।

26/04/2025

বাহিৰ ছুৱাপাতাত কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা তথা কাউন্সিলাৰ পদৰ প্ৰাৰ্থী আফৰুজা বেগমৰ নিৰ্বাচনী প্ৰচাৰ তুংগত।

Address

Golaghat
785625

Alerts

Be the first to know and let us send you an email when Hunali Assam 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Hunali Assam 24:

Share