Today's Assam

Today's Assam TODAY'S ASSAM
প্ৰতিপল আপোনাৰ কাষত
(2)

10/08/2026

পুনৰ অসম-অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা। গোগামুখৰ মিংমাঙত গুলিয়াগুলি ঘটনা । ৯ জন আহতক পঠিওৱা হৈছে চিকিৎসালয়লৈ
তাৰে সংকটজনক অৱস্থাত থকা কেইজনক প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়লৈ

10/08/2026

শিৱসাগৰত বানশিৱিৰত মৃত্যু হোৱা লোকৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ মন্তব্যক লৈ এ আই এছ এফ অসম ৰাজ্য পৰিষদৰ আহ্বায়ক যদু বৰাৰ প্ৰতিক্ৰিয়াঃ

10/08/2026

শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ভয়ংকৰ মানৱ সৃষ্ট বানৰ বাবে ঘাইকৈ জগৰীয়া বিজেপিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোঁহাই আৰু ময়ূৰ বৰগোঁহাই । এই দুৰ্যোগৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰি দোষী কয়লা আৰু শিল মাফিয়া সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি CBI তদন্তৰ দাবী জনাইছোঁ।
ৰাইজৰ দলৰ উপ সভাপতি বেদান্ত লস্কৰ

গোলাঘাট জিলা মহিলা মৰ্চাৰ উপ-সভানেত্ৰী পূৰবী গগৈ শইকীয়াৰ আজি এক পথ দূৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয়
10/08/2026

গোলাঘাট জিলা মহিলা মৰ্চাৰ উপ-সভানেত্ৰী পূৰবী গগৈ শইকীয়াৰ আজি এক পথ দূৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয়


10/08/2026

আমগুৰি শান্তিবন হ'ল জুবিন নগৰ।
#

10/08/2026

সদৌ অসম সাংবাদিক সন্থা ( আজু ) চৰাইদেউ জিলা সমিতি গঠন । জেষ্ঠ সাংবাদিক ৰফিক আহমেদ সভাপতি , কাৰ্যকৰী সভাপতি আজিজুল হক আৰু অনিল সোণাক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি ২১ জনীয়া চৰাইদেউ জিলা সমিতি খন গঠন ।
゚viralシ

10/08/2026

যোৰহাট জিলাৰ হাতীগড় অঞ্চলৰ নাওশলীয়া গাঁওৰ জীয়ৰী প্ৰয়াসী বৰাই অংকিতা গগৈৰ তত্ত্বাৱধানত সমন্বয় নৃত্য একাডেমী ৰ পৰা প্ৰাচীন কলা কেন্দ্ৰ চন্দীগড়ৰ পৰা শাস্ত্ৰীয় নৃত্য কথকত practical আৰু theory ত ডিচট্ৰিংচন সহ প্ৰথম বিভাগত বিশাৰদ লাভ কৰে ।

প্ৰয়াসী বৰা হৈছে নাওশলীয়া গাঁওৰ নিবাসী অচিন্ত্য বৰা আৰু ৰঞ্জনা বৰাৰ কন্যা
লগতে প্ৰয়াসী বৰাই হৈছে নাওশলীয়া গাঁওৰ প্ৰথম কথক নৃত্যৰ বিশাৰদ ।
প্ৰয়াসী বৰা বৰ্তমান প্ৰয়াস নৃত্যালয়ৰ পৰিচালিকা তথা প্ৰশিক্ষকা

10/08/2026

তিনিচুকীয়া চলিহা নগৰত পানী যোগানৰ পাইপ সংস্থাপনৰ পিছত বাঁহৰ খুঁটিৰ সলনি গছৰ ডাল লগোৱা কাৰ্যক প্ৰতিক্ৰিয়া পৰিৱেশ কৰ্মী ঋতুৰাজ বৰুৱাৰ।

10/08/2026

শিৱসাগৰত বান সাহায্য প্ৰদান।

10/08/2026

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ।
ৰায়দানৰ পিছতে বিলাসীপাৰাত নিৰ্বাচিত জোছনা খাতুন পঞ্চায়ত প্ৰতিনিধি ঘুৰাই পালে নিজৰ পদ ।

Address

Golaghat
785625

Alerts

Be the first to know and let us send you an email when Today's Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Today's Assam:

Shortcuts

Share