Todays

Todays TODAY'S TRUTH
প্ৰতিপল আপোনাৰ কাষত

02/12/2025

চৰাইদেউ জিলাৰ সোনাৰি ভগবতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত চাৰি দিনীয়া কাৰ্য্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে আযোজন কৰা কেন্দ্ৰীয় চ্যুকাফা দিৱস অনুষ্ঠানত একেলগে ৫০০০ হাজাৰ লোকে একেলগে মায়াবিনী গীত গাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

02/12/2025

যোৰহাটৰ ৰংদৈ দ- গাঁৱত সদৌ অসম ভিত্তিত শিশু ভাওনা সমাৰোহৰ লাই খুটা স্হাপন।

02/12/2025

যোৰহাটৰ ম'হবন্ধাস্হিত স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম দিৱস তথা ছ্যুকাফা দিৱস বিদেশী পৰ্য্যটকৰ অৎশগ্ৰ্হন।
সমন্বয় ক্ষেত্ৰত প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৰহাট জিলা ভিত্তিত এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ প্ৰাংগণত এই আয়োজন।

02/12/2025

অসম সাহিত্য সভাৰ উদ্যোগত
চন্দ্রকান্ত সন্দিকৈ ভৱনৰ
শতবর্ষ মহোৎসব উপলক্ষে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ বাকৰিত
চিৰ চেনেহী মোৰ ভাষা জননী,
মানুহে মানুহৰ বাবে,
এটা গান শেষ হ'ল গীত পৰিৱেশন।

02/12/2025

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ উপলক্ষ্যে সমন্বয় শোভাযাত্ৰা।

02/12/2025

চৰাইদেউত চ্যুকাফা দিৱস উদযাপন ।

02/12/2025

নাগালেণ্ডৰ সাংস্কৃতিক মহোৎসৱ হর্ণবিল ফেচটিভেলৰ আৰম্ভণি ; কাছিমা গাঁৱত ১০ দিনীয়া কাৰ্য্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ ।

01/12/2025

📌 টীয়কৰ চেনিজানত বনৰীয়া হাতীৰ উপদ্ৰৱ

📌খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ হাতীৰ জাকটোৰ

01/12/2025

অসম বৈদিক-বৈষ্ণৱ মহাসভাৰ শিৱসাগৰ জিলা সমিতি গঠন।

01/12/2025

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পত্নী সহ উপস্থিত ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ মন্দিৰত।

01/12/2025

বিদ্যা ভাৰতীয় যোজনা অনুসৰি;শিশু-শিক্ষা সমিতি- অসমৰ পৰিকল্পনাৰে শিৱসাগৰ জিলা জাঁজী জামুগুৰি চন্দ্ৰধৰ গগৈ শংকৰদেৱ শিশু নিকেটনত জামুগুৰিত" সপ্ত শক্তি সংগম "অনুষ্ঠান অনুষ্ঠিত ।

01/12/2025

যোৰহাটৰ বাহনাত অসম প্রাদেশিক নাথ যোগী মহিলা সম্মিলনীৰ বর্ধিত কার্যনির্বাহক সভা সম্পন্ন, অসমৰ লগতে বিহাৰ ৰাজ্যৰ প্ৰতিনিধিৰ অংশ গ্ৰ্হন। আৰু ৮০ বছৰীয়া আইতাক সম্বৰ্ধনা জ্ঞাপন।

Address

Golaghat
785625

Alerts

Be the first to know and let us send you an email when Todays posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Todays:

Share