Bamborahi Uran Pakhi Bhawan

  • Home
  • Bamborahi Uran Pakhi Bhawan
Directions

Bamborahi Uran Pakhi Bhawan Bamborahi Uran Pakhi Bhawan school official page

19/09/2026
অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ বামবৰাহী উৰণ পখী ভৱনৰ তৰফৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলি....        তুমি মাথোঁ এজন শিল্পী নাছি...
19/09/2026

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ বামবৰাহী উৰণ পখী ভৱনৰ তৰফৰ পৰা একাঁজলি শ্ৰদ্ধাঞ্জলি....
তুমি মাথোঁ এজন শিল্পী নাছিলা, তুমি আছিলা আমাৰ আবেগ, আমাৰ প্ৰজন্মৰ সাহস, আমাৰ হৃদয়ৰ স্পন্দন।
তোমাৰ প্ৰতিটো গানত এতিয়াও তোমাক বিচাৰি পাওঁ, প্ৰতিটো সুৰত আমি সদায় তোমাক জীয়াই ৰাখিম চিৰদিনলৈ.......

স্বাধীনতা দিৱস পালন (২)
25/08/2026

স্বাধীনতা দিৱস পালন (২)

স্বাধীনতা দিৱস পালন (১)
25/08/2026

স্বাধীনতা দিৱস পালন (১)

আঠখেলীয়া উৰণ পখী ভৱনত  অনুষ্ঠিত হোৱা অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষাৰ বৃত্তি আৰু মান পত্ৰ প্ৰদান  অনুষ্ঠান...
14/06/2026

আঠখেলীয়া উৰণ পখী ভৱনত অনুষ্ঠিত হোৱা অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষাৰ বৃত্তি আৰু মান পত্ৰ প্ৰদান অনুষ্ঠানত বামবৰাহী উৰণ পখী ভৱনৰ ছাত্ৰ ছাত্ৰীসকল.......

বিশ্ব পৰিৱেশ দিৱস , ২০২৬ উদযাপন.....
14/06/2026

বিশ্ব পৰিৱেশ দিৱস , ২০২৬ উদযাপন.....

আঠগাওঁ চাৰিআলি কেন্দ্ৰীয় ৰঙালী বিহুৰ শোভাযাত্ৰাত যোগদান......
14/06/2026

আঠগাওঁ চাৰিআলি কেন্দ্ৰীয় ৰঙালী বিহুৰ শোভাযাত্ৰাত যোগদান......

Admission চলি আছে.....
20/03/2026

Admission চলি আছে.....

আজি ফলাফল ঘোষিত হোৱা জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষাত বৃত্তি লাভ কৰা আৰু প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা সকলোল...
05/02/2026

আজি ফলাফল ঘোষিত হোৱা জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষাত বৃত্তি লাভ কৰা আৰু প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা সকলোলৈকে অভিনন্দন থাকিল, আৰু যিসকলে এই বৃত্তি পৰীক্ষাত অনুত্তীৰ্ণ হ'ল তেওঁলোকে মন বেয়া নকৰি অহাবাৰলৈ ভালকৈ অধ্যয়ন কৰি পৰীক্ষাত অৱত্তীৰ্ণ হ'বলৈ আহ্বান জনালোঁ । অনাগত দিনবোৰত যাতে তোমালোকে প্ৰতিযোগিতামূলক পৰীক্ষা বোৰত অংশ লৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা তাৰে কামনা কৰিছোঁ।

চুকাফা দিৱস, ২০২৫ উদযাপন....
10/12/2025

চুকাফা দিৱস, ২০২৫ উদযাপন....

Address

Bamborahi

Website

Alerts

Be the first to know and let us send you an email when Bamborahi Uran Pakhi Bhawan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your business to be the top-listed media company?

Share