Ritumoni Bora gogoi

Directions

Ritumoni Bora gogoi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ritumoni Bora gogoi, Digital creator, 785601, India, Golaghat.

আমাৰ চুঙাজান ৰাজহুৱা ভৱনৰ গ্ৰীষ্মকালীন নৃত্য প্ৰশিক্ষণৰ প্ৰশিক্ষক অসীম বৈশ্য, মহোদয়ক আদৰণি জনাইছোঁ। আগ্ৰহী ছাত্ৰ ছাত্ৰী...
05/07/2026

আমাৰ চুঙাজান ৰাজহুৱা ভৱনৰ গ্ৰীষ্মকালীন নৃত্য প্ৰশিক্ষণৰ প্ৰশিক্ষক অসীম বৈশ্য, মহোদয়ক আদৰণি জনাইছোঁ। আগ্ৰহী ছাত্ৰ ছাত্ৰী সকলে যোগাযোগ নম্বৰত যোগাযোগ কৰিব।

01/07/2026
বেলেগে ফটো ওঠা চাই থাকোতে আমাকো উঠালে গম নোপোৱাকৈয়ে । মইয়ো সাঁচি থৈ দিওঁ স্মৃতি হিচাবে।
17/06/2026

বেলেগে ফটো ওঠা চাই থাকোতে আমাকো উঠালে গম নোপোৱাকৈয়ে । মইয়ো সাঁচি থৈ দিওঁ স্মৃতি হিচাবে।

16/06/2026

পোনাকনে আজি নতুন এটা ব্যাম কৰি দেখুৱালে কোনো নিশিকোৱাকৈয়ে মই আচৰিত, কিমান যতিল মই কৰি চাইছিলো আপোনালোকে ও চাওঁকচোন । বহু দিনেই হ'ল ফেচবুক যগত খনৰ পৰা আঁতৰি থকা । মই‌ ভাবোঁ মোৰ যি ফটো বা ভিডিঅ'য়ে সমাজৰ একো উন্নতি সাধিব নোৱাৰে সেই ফটো বা ভিডিঅ' দিলে কি লাভ হ'ব‌ ? কিন্তু আজি ভাবিছোঁ দিনটোৰ ভিতৰত বহুতো এনে ধৰণৰ ভাল লগা মহুত পাৰ হৈ যায় সেই বিলাককে সাচি ৰাখিম আপোনালোকৰ মাজত ।

আজি আমাৰ চুঙাজানৰ  ৪২ সংখ্যক কেন্দ্ৰীয় বসন্ত উৎসৱৰ শুভা যাত্ৰা। ল'ৰা ছোৱালী দুটা উলাই গৈছে যাত্ৰাত ভাগ লবলে । বায়েক বৰ...
11/05/2026

আজি আমাৰ চুঙাজানৰ ৪২ সংখ্যক কেন্দ্ৰীয় বসন্ত উৎসৱৰ শুভা যাত্ৰা। ল'ৰা ছোৱালী দুটা উলাই গৈছে যাত্ৰাত ভাগ লবলে । বায়েক বৰু ছোৱালী আৰু ভায়েক খেতিয়ক।


এবাৰ শুনি চাওঁক গাৰ নোম শিৱৰি উঠিব । কবিতাটোৰ শেষৰফালে কৈছে ঈশ্বৰ হ'বলৈ দাদাক আৰু কিছু সময় লাগিব ।
06/05/2026

এবাৰ শুনি চাওঁক গাৰ নোম শিৱৰি উঠিব । কবিতাটোৰ শেষৰফালে কৈছে ঈশ্বৰ হ'বলৈ দাদাক আৰু কিছু সময় লাগিব ।

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

28/04/2026

আজি আমাৰ ভাগিন প্ৰবিত্ৰ গগৈ হায়াৰ চেকেণ্ডেৰী পাচ কৰিলে ৰিজাল্ত পায় বাই ভণী ককাই ভাই ওচৰ চুবুৰীয়া সকলোৱে মিলা প্ৰিতিৰে ফ্ৰুটিতে সকলোয়ে নাছিলো।

With Ratan Chutia – I just got recognised as one of their top fans! 🎉
27/04/2026

With Ratan Chutia – I just got recognised as one of their top fans! 🎉

Address

785601, India
Golaghat
785601

Website

Alerts

Be the first to know and let us send you an email when Ritumoni Bora gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share