Debashish Sarma NKTV

  • Home
  • Debashish Sarma NKTV

Debashish Sarma NKTV ধনশিৰি মহকুমাৰ যি কোনো বাতৰিৰ বাবে যো?

পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ধনশিৰিৰ জীয়ৰি লাভলীনা বৰগোঁহাই
03/10/2023

পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ধনশিৰিৰ জীয়ৰি লাভলীনা বৰগোঁহাই

23/08/2023

▶️ মহাকাশ ইতিহাসত সৃষ্টি হ’ব এক নতুন ইতিহাস
▶️ জোনবাইৰ বক্ষত অৱতৰণৰ বাবে সাজু বিক্ৰম লেণ্ডাৰ
▶️ ISROৰ পৰা ঐতিহাসিক অৱতৰণৰ দৃশ্য LIVE

31/07/2023

▶️ ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত লাভ কৰিছিল ১৩৪টা স্বৰ্ণ
▶️ ছাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ প্ৰতিযোগিতাত লাভ পদকসমূহ
▶️ তেওঁ কৰিছিল ২৩টাকৈ ৰাষ্ট্ৰীয় অভিলেখ, কেইবাটাও এতিয়াও অম্লান
▶️ আঢ়ৈ বছৰ বয়সত এলভিছে সাঁতুৰি পাৰ হৈছিল দীঘলীপুখুৰী
▶️ ৫ বছৰ বয়সতে জয়সাগৰ সাঁতুৰি পাৰ হৈ ইতিহাস
▶️ ৯ বছৰতে এছিয়া পেচিফিক সাঁতোৰত ভাৰতক প্রতিনিধিত্ব
▶️ আটাইতকৈ কম বয়সত ভাৰতক প্রতিনিধিত্ব কৰাৰ অভিলেখ এলভিছৰ
▶️ শেহতীয়াকৈ এলভিছে অভিলেখ গঢ়ে ইংলিছ চেনেলত
▶️ ইংলেণ্ডৰ পৰা ফ্ৰান্স, ফ্ৰান্সৰ পৰা ইংলেণ্ডলৈ সাঁতুৰি পাৰাপাৰ হৈ অভিলেখ
▶️ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা এলভিছ প্ৰথম অসমীয়া সাঁতোৰবিদ
▶️ সেই অভিলেখ কৰিয়েই কোনো টিভি চেনেলত প্ৰথমবাৰলৈ এলভিছ
▶️ OCEANS SEVEN CHALLENGE কি?
▶️ Consulting Editor প্ৰণয় বৰদলৈৰ সৈতে ‘দৰবাৰ’

28/07/2023

▶️ দুৰ্নীতিৰে, উৎকোচ লৈ গঢ়িছিল সম্পত্তিৰ পাহাৰ
▶️ ধূলা কাণ্ডৰ OC উৎপল বৰাৰ সম্পত্তি জব্দৰ নিৰ্দেশ
▶️ SCERTৰ কেলেংকাৰিৰ চাৰ্জশ্বীট দাখিল
▶️ ১,৪৩৩ পৃষ্ঠাৰ চাৰ্জশ্বীটত কি কি আছে?
▶️ ‘মঞি দুৰাচাৰ’ আৰু ভূপেন বৰা
▶️ ‘লাভ জেহাদ’, ভগৱান শ্ৰীকৃষ্ণ আৰু ভূপেন বৰা
▶️ ককাকে সপোনত কি ক’লে ভূপেন বৰাক?
▶️ ভূপেন বৰাই সপোনত দেখিছিল...
▶️ পীযূষ হাজৰিকাই আকৌ দিঠকতেই শুনিলে
▶️ ভূপেন বৰাৰ বিৰুদ্ধে সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ
▶️ প্ৰদেশ কংগ্ৰেছত বিসম্বাদৰ উকমুকনি!
▶️ সভাপতি হোৱাৰ মন ৰাণা গোস্বামীৰ!
▶️ SUPER HOUR@9

27/07/2023

▶️ ‘লাভ জেহাদ’ৰ কথা কৈ গ্ৰেপ্তাৰ হ’ব পাৰে ভূপেন বৰা
▶️ ভূপেন বৰা BIG EXCLUSIVE
▶️ আকৌ বাল্য বিবাহ!
▶️ ধুবুৰী, হাইলাকান্দিত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান
▶️ খীণোৱাৰ প্ৰচেষ্টা অব্যাহত পেটুৱা পুলিচৰ
▶️ হাতত মাত্ৰ ২০ দিন, পুৱা-গধূলি দৌৰিছে

14/07/2023

মুখ্যমন্ত্ৰীৰ ‘গৃহ’, DGPৰ ‘পুলিচ’ত হৈছে কি?
যুৱতীৰ ফটো খুজি ৰাইজৰ ৰোষত আৰক্ষী বিষয়া
SIৰ গালত পৰিল কাণতলীয়া চৰ
যুৱতীৰ চৰো খালে, DGPয়ে নিলম্বনো কৰিলে
নিৰ্বাচন আহিছে, নেতাৰ চুপতি বাঢ়িছে
হিন্দু-মুছলমানৰ পৰা মাংসলৈ...
অসমীয়া, মিঞাৰ পৰা পিন্ধা কাপোৰলৈ
কিমান যে কি চুপতি, তৰ্ক-বিতৰ্ক!

14/07/2023

যুৱতীৰ নগ্ন ফটো বিচাৰি আঁঠু কাঢ়িলে এজন আৰক্ষী বিষয়াই

14/07/2023

▶️ঐতিহাসিক ক্ষণৰ সাক্ষী ভাৰতবাসী
▶️মহাকাশ অভিমুখে ISROৰ চন্দ্ৰযান–৩
▶️শ্ৰীহৰিকোটাত উৎসাহী বিজ্ঞানী মহল
▶️সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা LIVE

13/07/2023

▶️ ৰাজ্যত মূল্যবৃদ্ধিৰ জুই, হাহাকাৰ সাধাৰণ ক্রেতাৰ
▶️ হাত দাঙি অসহায়তা প্রকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
▶️ দাম বৃদ্ধিও সঁচা, ৰাইজৰ কষ্ট হৈছে সেইতোও সঁচা: CM
▶️ মুখ্যমন্ত্ৰীৰ মতে কংগ্রেছশাসিত ৰাজ্যতো হৈছে মূল্যবৃদ্ধি
▶️ কিন্তু অসমত পাইকাৰী-খুচুৰা ব্যৱসায়ীৰ দামৰ মাজত বৃহৎ তফাৎ
▶️ পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত অধিক মূল্যত বিক্ৰী পাচলি
▶️ পামহিৰ ৬০ টকীয়া বিলাহী গণেশগুৰিৰ বজাৰত হয়গৈ ১২০ টকা
▶️ একাংশ খুচুৰা ব্যৱসায়ীয়ে আদায় কৰিছে ১০০%তকৈও অধিক মূল্য
▶️ অত্যাৱশ্যকীয় সামগ্ৰীৰ দামৰ ক্ষেত্রতো আছে তফাৎ
▶️ কিয় হৈছে দাম বৃদ্ধিৰ ক্ষেত্রত এই পাৰ্থক্য?
▶️ মূল্যবৃদ্ধিৰ ওচৰত CMএ হাত দাঙিলে কি কৰিব সাধাৰণ ৰাইজে?
▶️ মূল্যবৃদ্ধি ৰোধত প্রশাসনৰ ব্যৰ্থতাত ক্ষোভিত সাধাৰণ ক্রেতা
▶️ চৰকাৰৰ টাস্ক ফ’ৰ্চেও নাকী লগাব পৰা নাই ব্যৱসায়ীক
▶️ আজিৰ ‘60 মিনিট্ছ’ত এই সন্দৰ্ভত সবিস্তৃত আলোচনা
▶️ সাংবাদিক মছফিকাৰ সৈতে বিশেষ ‘60 মিনিট্ছ’

12/07/2023

▶️ ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে 3G বিতৰ্কই
▶️ ৰাজ্যৰ ৰাজনীতিত বৰভূঁইকঁপৰ সৃষ্টি কৰিছিল 3Gৰ এখন ফটোৱে
▶️ 3G বিতৰ্কত সমানে জঁপিয়াই পৰিছে শাসক-বিৰোধী
▶️ 3G মানে ৩ গগৈ– গৌৰৱ, অখিল, লুৰীণ
শিৱসাগৰৰ এখন প্ৰতিবাদী সভাত মিলিত হৈছিল ৩ গগৈ
▶️ সমষ্টি নিৰ্ধাৰণৰ খচৰাৰ প্ৰতিবাদত একত্ৰিত হৈছিল 3G
▶️ তিনিও হাত দাঙি উঠিছিল এখন ফটো
▶️ সেই ফটোৱে সৃষ্টি কৰে ৰাজ্যৰ ৰাজনীতিত তীব্ৰ বিতৰ্ক
▶️ নিৰ্বাচনত কিমান প্ৰভাৱ পেলাব এই আহোম ৰাজনীতিয়ে?

12/07/2023

▶️ অৱশেষত গোৱালপাৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ শালগছ কটাত নিষেধাজ্ঞা
▶️ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্রসাৰণৰ নামত চলিছিল গছ কটা অভিযান
▶️ প্ৰায় ১৮,০০০ গছ কটাৰ পৰিকল্পনা আছিল ৰাজ্য চৰকাৰৰ
▶️ ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ পিছত গছ কটা বন্ধ কৰিলে বন বিভাগে
▶️ সমষ্টি পুনৰ নিৰ্ধাৰণ ইতিবাচক আৰম্ভণি বুলি উল্লেখ আছুৰ
▶️ আমগুৰি, লাহোৱাল সমষ্টি বাহাল ৰাখিবলৈ আয়োগক আহ্বান আছুৰ
▶️ খিলঞ্জীয়া মুছলমানৰ আপত্তি-অনুৰোধ বিবেচনা কৰিবলৈ আহ্বান
▶️ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে কি ভিত্তিবৰ্ষ বিচাৰিলে আছুৱে?
▶️ সমষ্টি পুনৰ নিৰ্ধাৰণ প্রক্রিয়াৰ সম্পূৰ্ণ বিৰোধিতা আমছুৰ
▶️ CMৰ শ্রুতলিপিত খচৰা প্রস্তুত কৰা বুলি ধৰ্ণা আমছুৰ
▶️ মহানগৰীত মাজনিশা গুলীচালনাৰ ঘটনা সন্দৰ্ভত আটক ৪
▶️ আত্মৰক্ষাৰ বাবে গুলীচালনা কৰা এজনক পিষ্টলসহ আটক
▶️ লগতে তেওঁক ভাবুকি দিয়া আন ৩ যুৱককো আটক
▶️ স্পেইনত নিৰ্মিত পিষ্টলেৰে কাক গুলীয়াইছিল দিগন্ত বৰদলৈয়ে?

10/07/2023

▶️ মুখ্যমন্ত্ৰীয়ে কৈছে ধৰ্ণাহীন অসম আগুৱাইছে দোপতদোপে
▶️ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ বিপৰীত ছবি ৰাজ্যৰ চুকে-কোণে
▶️ সমষ্টি পুনৰ্গঠনৰ খচৰাৰ বিৰুদ্ধে প্ৰতিবাদ শিৱসাগৰত
▶️ টেট শিক্ষক-অংগনৱাড়ী কৰ্মীৰ প্ৰতিবাদত উত্তাল চচল
▶️ শুৱালকুছিত থলুৱা বস্ত্ৰৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ
▶️শিক্ষা বিভাগৰ নীতি অমান্য কৰি বিদ্যালয়ত ABVPৰ সভা
▶️ বিজেপিৰ ভাতৃ সংগঠনে কাৰ সাহসত উলংঘা কৰিছে নীতি?

09/07/2023

▶️কোকৰাঝাৰত নিষিদ্ধ ঘোষিত আলফা (স্বাঃ)ৰ পতাকা
▶️ভূটীয়াপাৰ গাঁৱৰ সীমাত অজ্ঞাত লোকে আঁৰি থৈ গ’ল অৰ্ধসূৰ্য্যৰ পতাকা
▶️গড়কাপ্তানী পথৰ কাষত আলফা (স্বাঃ)ৰ পতাকা উদ্ধাৰক লৈ চাঞ্চল্য
▶️যোৰাবাট আৰক্ষীৰ অভিযানত পুনৰ জব্দ চোৰাং গৰু
▶️৬১ টা গৰু সহ জব্দ ১২ চকীয়া ট্ৰাক
▶️আৰক্ষীৰ জালত এটা চোৰাং গৰু সৰবৰাহকাৰী
▶️MIDDAY PRIME

Address


Telephone

+917002612910

Website

Alerts

Be the first to know and let us send you an email when Debashish Sarma NKTV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share