Rubul Saikia

Rubul Saikia Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rubul Saikia, Media, Golaghat.

গোলাঘাট কেন্দ্ৰীয় শিক্ষা খণ্ডৰ অধীনৰ কাকডোঙা মৌজা  #পতানজৰা_প্ৰাথমিক_বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ  #জিতু_প্ৰকাশ_বৰ...
05/08/2023

গোলাঘাট কেন্দ্ৰীয় শিক্ষা খণ্ডৰ অধীনৰ কাকডোঙা মৌজা #পতানজৰা_প্ৰাথমিক_বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ #জিতু_প্ৰকাশ_বৰা ডাঙৰীয়া #উচ্চ_ৰক্তচাপত ৰোগত যোৱা নিশা আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে পুৱতি নিশা যোৰহাট মিছন হস্পিটেলত ভৰ্ত্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। জিতু প্ৰকাশ বৰা ডাঙৰীয়া কেৱল এজন শিক্ষকে নহয় তেওঁ সাংস্কৃতিক জগতৰ ভাওনা লগত জড়িত সামাজিক এজন ব্যক্তি আছিল । তেওঁ বিদ্যালয়খনত যোগদান কৰাৰে পৰা ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাদান দিয়াৰ ওপৰিও সাংস্কৃতিক ক্ষেত্ৰৰ লগতে অন্যান্য দিশত ছাত্ৰ-ছাত্ৰী সকলক যথেষ্ট আগবঢ়াই নিছিল। তেওঁ মৃত্যু আমাৰ লগতে শিক্ষক সমাজৰ বাবে অপূৰণীয় ক্ষতি। শিক্ষক প্ৰয়াত জিতু প্ৰকাশ বৰা ডাঙৰীয়া বিয়োগত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে তেখেতৰ #পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

13/04/2023
প্ৰতিযোগিক সন্তুষ্ট লগতে ৰাইজৰ দৃষ্টিত সফলতাৰে সম্পন্ন কৰি কাকডোঙাত অনুষ্ঠিত হোৱা সদৌ অসম  ভিত্তিত ভাওনা প্ৰতিযোগিতা ভাগ...
24/01/2023

প্ৰতিযোগিক সন্তুষ্ট লগতে ৰাইজৰ দৃষ্টিত সফলতাৰে সম্পন্ন কৰি কাকডোঙাত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ভাগৰ উদযাপন সমিতিৰ এজন সৈনিক হিচাপে জড়িত হৈ সেৱা আগবঢ়াবলৈ পাই সৌভাগ্য । এনে মহান কৰ্মভাগীত বিভিন্ন ধৰণে জড়িত হোৱা প্ৰতিজন ভক্তপ্ৰাণ ৰাইজক ধন্যবাদ জনোৱা।

১২১ সংখ্যাক ডঃ শ্যাম প্ৰসাদ মুখাৰ্জীৰ‌  #জন্মজয়ন্তী উপলক্ষে আজি  #চোমনি_ক্ষুদ্ৰ_প্ৰাথমিক_স্বাস্থ্য কেন্দ্ৰত ভাৰত চৰকাৰৰ...
06/07/2022

১২১ সংখ্যাক ডঃ শ্যাম প্ৰসাদ মুখাৰ্জীৰ‌ #জন্মজয়ন্তী উপলক্ষে আজি #চোমনি_ক্ষুদ্ৰ_প্ৰাথমিক_স্বাস্থ্য কেন্দ্ৰত ভাৰত চৰকাৰৰ যুৱ কল্যাণ ও বিকাশ মন্ত্ৰ্যালয়ৰ অন্তৰ্গত #নেহৰু_যুৱ_কেন্দ্ৰ_গোলাঘাট, গোলাঘাট কুশল কোঁৱৰ চিকিৎসালয়ৰ #ৰক্তকোষ_বিভাগ আৰু #শংকৰ_আজান_যুৱ_সংঘ_হাতীয়েখোৱাৰ সৌজন্যত এটি ৰক্তদান শিবিৰৰ আয়োজন কৰে এই মহৎ অনুষ্ঠান ভাগত আমাকো অংশগ্ৰহণ কৰিব বাবে সুবিধা দিয়াত আমিও ৰক্তদান কৰোঁ আমাৰ লগতে হাতিয়াখোৱা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ #ৱাহিদৰ_ৰহমান, যুৱ সমাজ কৰ্মী #মাধুৰ্য_বৰা, বন্ধু #দিব্যজ্যোতি_শইকীয়াৰ লগতে বহুকেইজন সচেতন ব্যক্তিয়ে এই মহৎ অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰে । এই মহৎ অনুষ্ঠান ভাগত নেতৃত্ব বহন কৰা এনে মহৎ কাৰ্যত অংশীদাৰ হ'ব বাবে সুবিধা দিয়াত সকলোকে কৃতজ্ঞতা জনালোঁ ।

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সম্পাদক তথা জেষ্ঠ সাংবাদিক সকলোৱে পৰিচিত ৰোহিত দাৰ সহধৰ্মিনী   #গোলাঘাটৰ_পুলিবৰ_উ...
11/06/2022

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সম্পাদক তথা জেষ্ঠ সাংবাদিক সকলোৱে পৰিচিত ৰোহিত দাৰ সহধৰ্মিনী #গোলাঘাটৰ_পুলিবৰ_উচ্চতৰ _মাধ্যমিক_বিদ্যালয়ৰ শিক্ষয়িত্ৰী #নিজৰা বৌৰ #আকস্মিক_বিয়োগৰ খবৰটো পাই মৰ্মাহত হলো । বৌৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ৷

 #আসাম_নেচনেল_টি_প্ৰডাক্ট (চোমণীবাৰী) চাহ ফেক্টৰীটো বিৰুদ্ধে কেঁচা চাহপাতৰ মূল্য হ্ৰাস কৰা, থলুৱা ব্যৱসায় পাতৰ গাড়ী ঘূ...
06/06/2022

#আসাম_নেচনেল_টি_প্ৰডাক্ট (চোমণীবাৰী) চাহ ফেক্টৰীটো বিৰুদ্ধে কেঁচা চাহপাতৰ মূল্য হ্ৰাস কৰা, থলুৱা ব্যৱসায় পাতৰ গাড়ী ঘূৰাই দিয়া লগতে কেঁচা চাহপাতৰ শতকৰা হাৰ উলিওৱাৰ খেলিমেলি ওপৰত উঠা অভিযোগৰ বাবে #কাকডোঙা_ক্ষুদ্ৰ_চাহ_খেতিয়ক_সন্থাৰ #সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা পিছত ্পাদক মাধুৰ্য বৰা, #উপদেষ্টা নিপন গগৈ, #জিলা_প্ৰতিনিধি প্ৰকাশ শইকীয়াৰ উপস্থিতিত #ফেক্টৰী_মালিক বিশাল আগৰৱালাৰ সৈতে আলোচনা মিলিত হোৱা লগতে কেঁচা চাহপাতৰ শতকৰা হাৰ উলিওৱাৰ বিষয়টো পৰ্যবেক্ষণ কৰো । #ফেক্টৰী_মালিক সৈতে হোৱা আলোচনাত বহুকেইটা #গুৰুত্বপূৰ্ণ_সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

 #বিশ্ব_ধঁপাত_বিৰোধী_দিৱস, ২০২২ উপলক্ষে     (National To***co Control Programme) GOLAGHAT ৰ দ্বাৰা  গোলাঘাট জিলা দুখন বি...
31/05/2022

#বিশ্ব_ধঁপাত_বিৰোধী_দিৱস, ২০২২ উপলক্ষে (National To***co Control Programme) GOLAGHAT ৰ দ্বাৰা গোলাঘাট জিলা দুখন বিদ্যালয়ক #ধঁপাত_মুক্ত_বিদ্যালয় বঁটা প্ৰদান কৰে । উল্লেখযোগ্য যে কাকডোঙা একমাত্ৰ #পূৱ_কাকডোঙা_উচ্চ_মাধ্যমিক_বিদ্যালয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । এই বিদ্যালয় এজন প্ৰাক্তন ছাত্ৰ হিচাপে এই খবৰে আনন্দিত কৰা লগতে বিদ্যালয়খনৰ সকলো #শিক্ষাগুৰুৰ চেষ্টাত এই বিশেষ সন্মানটো কঢ়িয়াই অনাৰ বাবে কৃতজ্ঞতা জনালোঁ ।

 #আন্তঃৰাষ্ট্ৰীয়_নাৰ্চ_দিৱসৰ এই বিশেষ দিনটোত প্ৰতিগৰাকী  #নাৰ্চ_লগতে_স্বাস্থ্য সেৱাৰ লগত জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন ক...
12/05/2022

#আন্তঃৰাষ্ট্ৰীয়_নাৰ্চ_দিৱসৰ এই বিশেষ দিনটোত প্ৰতিগৰাকী #নাৰ্চ_লগতে_স্বাস্থ্য সেৱাৰ লগত জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰা লগতে কৃতজ্ঞতা জনালোঁ । এই বিশেষ দিনটোত গোলাঘাট #চোমণী_ক্ষুদ্ৰ_প্ৰাথমিক_স্থান_কেন্দ্ৰৰ সকলো স্বাস্থ্য কৰ্মীয়ে সুন্দৰ ভাৱে আন্তঃৰাষ্ট্ৰীয় নাৰ্চ দিৱসৰ উদযাপন কৰে এই বিশেষ দিনটোত আমিও অংশগ্ৰহণ কৰিবলৈ পাই সুখী । পুনৰবাৰ সকলোকে প্ৰতিগৰাকী শ্ৰদ্ধাৰ নাৰ্চৰ লগতে স্বাস্থ্য কৰ্মীক শুভেচ্ছা জনালোঁ লগতে সু-স্বাস্থ্য কামনা কৰিলোঁ ।

 #কাকডোঙা_ক্ষুদ্ৰ_চাহ_খেতিয়ক_সন্থাই ২৭ মাৰ্চ ২০২২ তাৰিখে অনুষ্ঠিত কৰা সাধাৰণ সভাৰ  জৰিয়তে বিষয়বাচনী সভা অনুষ্ঠিত কৰে ...
17/04/2022

#কাকডোঙা_ক্ষুদ্ৰ_চাহ_খেতিয়ক_সন্থাই ২৭ মাৰ্চ ২০২২ তাৰিখে অনুষ্ঠিত কৰা সাধাৰণ সভাৰ জৰিয়তে বিষয়বাচনী সভা অনুষ্ঠিত কৰে এই সভাত উপস্থিত ৰাইজৰ প্ৰস্তাৱ আৰু সমৰ্থনত মৰ্মে #দেৱজিৎ_গগৈ দেৱক #সভাপতি লগতে #আমাক #সম্পাদক হিচাপে নিৰ্বাচিত কৰি আজি অনুষ্ঠিত ভাৱে দায়িত্ব অৰ্পণ কৰে । ক্ষুদ্ৰ চাহ খেতিয়ক সকল সমস্যা সমাধান উদ্দেশ্য কাম কৰিব বাবে বৰ্তমান গঠন কৰি দিয়া সমিতিৰ #সকলো বিষয়ববীয়াই #চাহ_কৃষক হিচাপে অভিজ্ঞ সেয়ে সকলোৱে সহায়-সহযোগ, দিহা-পৰামৰ্শ পালে নিস্বাৰ্থ ভাৱে সেৱা আগবঢ়াব বাবে সাজু সেয়ে সকলোৱে সহায়-সহযোগ, দিহা-পৰামৰ্শ কামনা কৰিলোঁ ।

Address

Golaghat

Telephone

+16002736095

Website

Alerts

Be the first to know and let us send you an email when Rubul Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rubul Saikia:

Share

Category