Golaghat Kalakendra

Golaghat Kalakendra নমস্কাৰ , গোলাঘাট কলাকেন্দ্ৰ

08/07/2025

Celebrating my 10th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

প্ৰথম বাৰৰ বাবে ভাওনা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আজি দিনৰ ২.৩০ বজাৰ পৰা সকলোৰে উপস্থিতি কামনা কৰিলোঁ আৰু কৰ্মশালাৰ শেষত ...
05/07/2025

প্ৰথম বাৰৰ বাবে ভাওনা কৰ্মশালা অনুষ্ঠিত কৰা হৈছে আজি দিনৰ ২.৩০ বজাৰ পৰা সকলোৰে উপস্থিতি কামনা কৰিলোঁ আৰু কৰ্মশালাৰ শেষত সদৌ অসম ভাওনা সন্মিলন ৰ তৰফৰ পৰা এখনি মানপ্ৰত্ৰ প্ৰদান কৰা হব ।
জয় গুৰু শংকৰ
#ভাওনা
#কৰ্মশালা
Utpal Bora
Tridip Boruah

সদৌ অসম ভাওনা সন্মিলন আৰু গোলাঘাট জিলা ভাওনা সন্মিলনৰ সহযোগত  গোলাঘাট কলাকেন্দ্ৰৰ উদ্যোগত প্ৰথম বাৰৰ বাবে ৫/৭/২০২৫ ৰ পৰা...
18/06/2025

সদৌ অসম ভাওনা সন্মিলন আৰু গোলাঘাট জিলা ভাওনা সন্মিলনৰ সহযোগত
গোলাঘাট কলাকেন্দ্ৰৰ উদ্যোগত প্ৰথম বাৰৰ বাবে ৫/৭/২০২৫ ৰ পৰা ১৯/০৭/২০২৫ তাৰিখলৈকে ভাওনা কৰ্মশালা অনুষ্ঠিত কৰিছোঁ,গতিকে যি সকলে ভাওনা কৰ্মশালাত যোগদান কৰিব বিচাৰে তেওঁ লোকে ৩/০৭/২০২৫ তাৰিখৰ ভিতৰত তলৰ নম্বৰত যোগাযোগ কৰিব বাবে অনুৰোধ জনালোঁ।

যোগাযোগ নম্বৰ:৭০০২২৫২৯৭০
জয় গুৰু শংকৰ
#ভাওনা
#কৰ্মশালা
Tridip Boruah
Utpal Bora
Dipak Kalita
Bastab Dutta
Bibek Saikia
Amor Jyoti Saikia
Aditya Bora
Manab Jyoti Bora
Dulal Bora

29/05/2025


With Utpal Bora – I'm on a streak! I've been a top fan for 11 months in a row. 🎉
28/05/2025

With Utpal Bora – I'm on a streak! I've been a top fan for 11 months in a row. 🎉

10/02/2025
গোলাঘাট কলাকেন্দ্ৰ তৰফৰ পৰা ইংৰাজী নৱ বৰ্ষৰ শুভ কামনা জনালোঁ
01/01/2025

গোলাঘাট কলাকেন্দ্ৰ তৰফৰ পৰা ইংৰাজী নৱ বৰ্ষৰ শুভ কামনা জনালোঁ

With উৎপল বৰা – I'm on a streak! I've been a top fan for 4 months in a row. 🎉
24/10/2024

With উৎপল বৰা – I'm on a streak! I've been a top fan for 4 months in a row. 🎉

With উৎপল বৰা – I'm on a streak! I've been a top fan for 3 months in a row. 🎉
28/09/2024

With উৎপল বৰা – I'm on a streak! I've been a top fan for 3 months in a row. 🎉

Address

Golaghat

Telephone

+917002252970

Website

Alerts

Be the first to know and let us send you an email when Golaghat Kalakendra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Golaghat Kalakendra:

Share