Suklai Serfang Block BPF

Suklai Serfang Block BPF political

আজি ৫/১১/২০২৫ ইং তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ‌ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত,সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ প...
05/11/2025

আজি ৫/১১/২০২৫ ইং তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ‌ পূৱ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত,সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ পঞ্চদশ বাৰ্ষিক মৃত্যু দিবস উপলক্ষে সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবি ত মাল্যাপন কৰে শুক্লাই চেৰফাং ব্লক সমিতি বি পি এফৰ উপ সভাপতি বাবুল বড়ো ডাঙৰীয়াই ।

আজি ২/১১/২০২৫ ইং তাৰিখে ৪৯ তম শ্ৰী শ্ৰী গোপীনাথ নামঘৰ প্ৰতিষ্ঠা দিবস উপলক্ষে সাৰ্বজনীন ভাগৱত পাঠ ও নাগাৰা নাম পৰিবেশন ত ...
02/11/2025

আজি ২/১১/২০২৫ ইং তাৰিখে ৪৯ তম শ্ৰী শ্ৰী গোপীনাথ নামঘৰ প্ৰতিষ্ঠা দিবস উপলক্ষে সাৰ্বজনীন ভাগৱত পাঠ ও নাগাৰা নাম পৰিবেশন ত নাগাৰা নাম পৰিবেশনৰ শুভ উদ্বোধন কৰে শুক্লাই চেৰফাং ব্লক সমিতি বি পি এফ দলৰ উপ সভাপতি বাবুল বড়ো‌ ডাঙৰীয়াই ।।

আজি ৩১/১০/২০২৫ ইং তাৰিখে বড়িগাও চাৰণপাৰ নামঘৰ প্ৰাংগনত সপ্তম বাৰ্ষিক ভাগৱত পাঠ উদযাপনত শুক্লাই চেৰফাং ব্লক বিপিএফৰ উপ-স...
31/10/2025

আজি ৩১/১০/২০২৫ ইং তাৰিখে বড়িগাও চাৰণপাৰ নামঘৰ প্ৰাংগনত সপ্তম বাৰ্ষিক ভাগৱত পাঠ উদযাপনত শুক্লাই চেৰফাং ব্লক বিপিএফৰ উপ-সভাপতি বাবুল বড়ো ডাঙৰীয়াই আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু কণ্ঠশিল্পী জুবিন গাৰ্গ দাদাক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

আজি ৩০/১০/২০২৫ ইং তাৰিখে হস্তিনাপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত ৫৮ সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী গোষ্টাষ্টমী পূজাত সম্বৰ্ধন...
30/10/2025

আজি ৩০/১০/২০২৫ ইং তাৰিখে হস্তিনাপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত ৫৮ সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী গোষ্টাষ্টমী পূজাত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে বি টি চি EM গণেশ কছাৰী ডাঙৰীয়াই।।

আজি BTC ৰ প্ৰধান সন্মানীয় Hagrama Mohilary ডাঙৰীয়াই নোনাই ছেৰফাং পৰিষদীয় সমষ্টিৰত NONAI MULTI VILAGE PWSS খন আনুষ্ঠান...
30/10/2025

আজি BTC ৰ প্ৰধান সন্মানীয় Hagrama Mohilary ডাঙৰীয়াই নোনাই ছেৰফাং পৰিষদীয় সমষ্টিৰত NONAI MULTI VILAGE PWSS খন আনুষ্ঠানিক ভাৱে মুকলি কৰে।

আজি ২৭/১০/২০২৫ ইং তাৰিখে মধুসধন প্ৰাথমিক শাখাৰ সৌজন্যত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আৱিৰ্ভাব মহোৎসৱ উদযাপনত নাগাৰ...
27/10/2025

আজি ২৭/১০/২০২৫ ইং তাৰিখে মধুসধন প্ৰাথমিক শাখাৰ সৌজন্যত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আৱিৰ্ভাব মহোৎসৱ উদযাপনত নাগাৰ নামৰ উদ্বোধক হিচাপে উপস্থিত থাকে শুক্লাই চেৰফাং ব্লক বিপিএফৰ উপ-সভাপতি বাবুল বড়ো ডাঙৰীয়া আৰু যুৱ বিপিএফৰ কাৰ্য্যকৰী সভাপতি জীৱন বসুমতাৰী,গণেশ দাস তথা বহুতো দলীয় নেতা কৰ্মী।

আজি ২৪/১০/২০২৫ ইং তাৰিখে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ চতুৰ্থ বাৰ্ষিক শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰমন্থন মহোৎসৱ আৰু 'শ্ৰ...
26/10/2025

আজি ২৪/১০/২০২৫ ইং তাৰিখে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ চতুৰ্থ বাৰ্ষিক শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰমন্থন মহোৎসৱ আৰু 'শ্ৰীগুৰুসেৱা সমাজ` দ্বাৰা সত্ৰসেৱক শ্ৰীসন্মান বঁটা প্ৰদান অনুষ্ঠানত নাগাৰা নাম শুভ উদ্বোধন কৰে বি টি চি কাৰ্য্যবাহী সদস্য গণেশ কছাৰী ডাঙৰীয়াই ।।

আজি ২৬/১০/২০২৫ ইং তাৰিখে  মহৰিপাৰা ৰিজাৰ্ভ ফুটবল ক্লাব ৰ উদ্যোগত অনুষ্ঠিত, পঞ্চম বাৰ্ষিক ফুটবল খেল প্ৰতিযোগিতাৰ ফাইনেল খ...
26/10/2025

আজি ২৬/১০/২০২৫ ইং তাৰিখে মহৰিপাৰা ৰিজাৰ্ভ ফুটবল ক্লাব ৰ উদ্যোগত অনুষ্ঠিত, পঞ্চম বাৰ্ষিক ফুটবল খেল প্ৰতিযোগিতাৰ ফাইনেল খেল খনৰ শুভ উদ্বোধন কৰে বি টি চি ৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য গনেশ কছাৰী দেৱে।

আজি ২৫/১০/২০২৫ ইং তাৰিখে টেঙাঝাৰ দোখোৰখোবা চুবুৰীত কাতি মহীয়া ভাগৱত পাঠ ও নাম মহোৎসৱত নাগাৰা নাম প্ৰদৰ্শনৰ শুভ উদ্বোধন ...
25/10/2025

আজি ২৫/১০/২০২৫ ইং তাৰিখে টেঙাঝাৰ দোখোৰখোবা চুবুৰীত কাতি মহীয়া ভাগৱত পাঠ ও নাম মহোৎসৱত নাগাৰা নাম প্ৰদৰ্শনৰ শুভ উদ্বোধন কৰে শুক্লাই চেৰফাং ব্লক সমিতি বি পি এফৰ উপ সভাপতি বাবুল বড়ো ডাঙৰীয়াই।।

আজি ২৪/১০/২০২৫ ইং তাৰিখে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ চতুৰ্থ বাৰ্ষিক শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰমন্থন মহোৎসৱ আৰু 'শ্ৰ...
24/10/2025

আজি ২৪/১০/২০২৫ ইং তাৰিখে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ চতুৰ্থ বাৰ্ষিক শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰমন্থন মহোৎসৱ আৰু 'শ্ৰীগুৰুসেৱা সমাজ` দ্বাৰা সত্ৰসেৱক শ্ৰীসন্মান বঁটা প্ৰদান অনুষ্ঠানত নাগাৰা নামৰ উদ্ধোধক হিচাপে উপস্থিত থাকে শুক্লাই চেৰফাং ব্লক বিপিএফৰ উপ-সভাপতি বাবুল বড়ো ডাঙৰীয়া আৰু যুৱ বিপিএফৰ কাৰ্য্যকৰী সভাপতি জীৱন বসুমতাৰী তথা বহুতো দলীয় নেতা কৰ্মী।

আজি ২২/১০/২০২৫ ইং তাৰিখে পঞ্চম বাৰ্ষিক সাহপুৰ-টেবিতোলা আঞ্চলিক দীপাৱলী উৎসৱ উদযাপনত নাগাৰা নামৰ উদ্ধোধক হিচাপে উপস্থিত থ...
22/10/2025

আজি ২২/১০/২০২৫ ইং তাৰিখে পঞ্চম বাৰ্ষিক সাহপুৰ-টেবিতোলা আঞ্চলিক দীপাৱলী উৎসৱ উদযাপনত নাগাৰা নামৰ উদ্ধোধক হিচাপে উপস্থিত থাকে শুক্লাই চেৰফাং ব্লক বিপিএফৰ উপ-সভাপতি বাবুল বড়ো ডাঙৰীয়া আৰু যুৱ বিপিএফৰ কাৰ্য্যকৰী সভাপতি জীৱন বসুমতাৰী তথা বহুতো দলীয় নেতা কৰ্মী।

Address

Goreswar
781364

Website

Alerts

Be the first to know and let us send you an email when Suklai Serfang Block BPF posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share