SRP news

SRP news নিৰপক্ষ নহয় ৰাইজৰ পক্ষত

02/08/2025

এবিএমছুৰ অষ্টম বাৰ্ষিকী ছাত্ৰ সংহতি দিৱস উদযাপন।

11/04/2025

18/02/2025
18/02/2025

ভাওঁৰাগুৰীত গোসাঁইগাও জিলা এবিএমছুয়ে আজি কলা দিবস পালন কৰে ।

ABMSU ৰ গোসাঁইগাও জিলা নেতৃত্বত কাম কাজৰ প্ৰতি অসন্তুষ্ট হৈ  #শ্রীৰামপুৰ আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰন সম্পাদককে ধৰি ...
07/02/2025

ABMSU ৰ গোসাঁইগাও জিলা নেতৃত্বত কাম কাজৰ প্ৰতি অসন্তুষ্ট হৈ
#শ্রীৰামপুৰ আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰন সম্পাদককে ধৰি ৬ জন নেতাই পদত্যাগ কৰে,

30/01/2025

আৰ এম চিৰ মুখ্যকাৰ্যালয় অন্থাইবাৰীত আঠ জিলা সমিতিৰ যৌথভাৱে সংবাদ মেল।

আৰ এম চিৰ মুখ্যকাৰ্যালয় অন্থাইবাৰীত আৰ এম চিৰ ৮ জিলা সমিতিৰ যৌথভাৱে আৰ এম চিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল আৱাল মণ্ডলৰ কাৰ্যকলাপৰ প্ৰতি অসন্তুষ্ট আৰু আকৃষ্ট তেওঁৰ বিৰুদ্ধে আৰু তেওঁৰ প্ৰতি অনাস্থা প্ৰস্তাৱ আনিলে আৰু লগতে ৮ জিলা সমিতিৰ সভাপতি সাধাৰণ সম্পাদকে কেন্দ্ৰীয় সমিতিৰ জেষ্ঠ্য উপ-সভাপতি ফজৰ আলী আহমেদক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিৰ্বাচিত কৰে।

সংবাদ মেলত উপস্থিত থাকে আৰ এম চিৰ ৮ জিলা সমিতিৰ সভাপতি সাধাৰণ সম্পাদক আৰু বিভিন্ন বিষয়ববীয়া সকলে।

SRP NEWS
29/01/2025

SRP NEWS

সদৌ বিটিআৰ সংখ্যালঘূ ছাত্ৰ সংন্থা এবিএমছুৰ    কোকৰাঝাৰ জিলা সভাপতি নিযুক্তি।
29/01/2025

সদৌ বিটিআৰ সংখ্যালঘূ ছাত্ৰ সংন্থা এবিএমছুৰ
কোকৰাঝাৰ জিলা সভাপতি নিযুক্তি।

29/01/2025

গোসাঁইগাঁও প্ৰেছ ক্লাবত সদৌ বিটিআৰ সংখ্যালঘূ ছাত্ৰ সংন্থাৰ সংবাদ মেল।
সংবাদ মেলত সংগঠন টোৰ সাধাৰন সম্পাদক #আবু জুবায়েৰ মন্ডলে,
টাইছন হুছেন নিজৰ মুনাফাৰ কাৰনে সংগঠন কৰে বুলি কয় ।

28/01/2025

গোসাঁইগাঁও প্ৰেছ ক্লাবত সদৌ বিটিআৰ সংখ্যালঘূ ছাত্ৰ সংন্থাৰ সংবাদ মেল।

23/11/2023

২৮ নং গোঁসাইগাওঁ বিধান সভা সমষ্টিৰ বিধায়ক ৰ SRP NEWS লৈ শুভেচ্ছা বাৰ্তা

Address

Gossaigaon
783361

Website

Alerts

Be the first to know and let us send you an email when SRP news posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share