13/09/2026
আজি ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ হাউৰিয়াপেট VCDC-ত এটা কমিউনিটি টয়লেট আৰু RCC Box Culvert-ৰ আধাৰশিলা স্থাপন কৰা হয়।
আধাৰশিলা স্থাপন কৰে TCLCC Chairman মাননীয় Mokhlesur Rahman ডাঙৰীয়া আৰু শ্ৰীৰামপুৰ ব্লক সভাপতি মাননীয় Rofiqul Islam Bhuyan ডাঙৰীয়াই।
অনুষ্ঠানত BPF কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
Gossaigaon District B.P.F
We Love BPF