27/07/2025
সদৌ চাওতাল ছাত্ৰ সন্থাৰ জন্ম লগ্নৰে পৰা আপুষবিহিন ভাবে সুদীৰ্ঘ ২০ বছৰে সাঁওতাল সকলৰ শোষণ আৰু লুণ্ঠনৰ বিৰুদ্ধে জাতিৰ হকে মাত মতা এক সংগ্ৰামী সত্তা তথা বজ্ৰ কণ্ঠৰ গৰাকী ৰিমান চাকু চৰেন সংগঠনৰ পৰা অব্যাহতি লোৱাৰ ফলত সাওঁতাল ছাত্ৰ সন্থাৰ অপূৰণিয় ক্ষতি হল। নাজানো সমাজে আপোনাক কি দিলে নিদিলে কিন্তু আপুনি এই বৃহত্তৰ চাওতাল সমাজক যি দিলে সেয়া সোণালী আখৰেৰে লিখা থাকিব।
Joy santal
Joy assu
Riman Soren RS zindabad
Johar-The Santals zindabad