Guma BJP Support

Guma BJP Support Any help

BJP INDIABJP Assam PradeshDiplu Ranjan SarmaAshok SinghalHimanta Biswa SarmaDilip Saikia
09/09/2025

BJP INDIABJP Assam PradeshDiplu Ranjan SarmaAshok SinghalHimanta Biswa SarmaDilip Saikia

Vote for BJP
01/09/2025

Vote for BJP

31/08/2025
BTC নিৰ্বাচনৰ বাবে বি জে পিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ। ২৮ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা।
31/08/2025

BTC নিৰ্বাচনৰ বাবে বি জে পিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ। ২৮ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা।

ভাৰতীয় জনতা পার্টিৰ গুমা সমষ্টিৰ যোগ্য প্ৰাৰ্থী কোন?(ক) সজল সিংহ ।(খ) নিলেশ্বৰ ৰায় ।Himanta Biswa Sarma Amit Shah BJP ...
30/08/2025

ভাৰতীয় জনতা পার্টিৰ গুমা সমষ্টিৰ যোগ্য প্ৰাৰ্থী কোন?
(ক) সজল সিংহ ।
(খ) নিলেশ্বৰ ৰায় ।

Himanta Biswa Sarma
Amit Shah BJP INDIA BJP Assam Pradesh Diplu Ranjan Sarma Ashok Singhal Dilip Saikia Guma BJP Support

আজি ভাৰতীয় জনতা পাৰ্টী কোকৰাঝাৰ জিলাৰ সভাপতি মাননীয় শ্ৰীযুত Gossai Basumatary  ডাঙৰীয়াৰ ওচৰত আগন্তুক বি টি আৰ নিৰ্বাচ...
30/08/2025

আজি ভাৰতীয় জনতা পাৰ্টী কোকৰাঝাৰ জিলাৰ সভাপতি মাননীয় শ্ৰীযুত Gossai Basumatary ডাঙৰীয়াৰ ওচৰত আগন্তুক বি টি আৰ নিৰ্বাচনত ২নং গুমা পৰিষদীয় সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন পত্ৰ দাখিল কৰে মাননীয় Sajal Singh ডাঙৰীয়া।

ৰাইজৰ আশীষ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্ম কৰ্তাসকলৰ সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

বিজেপি জিন্দাবাদ।

Himanta Biswa Sarma জিন্দাবাদ
Dilip Saikia জিন্দাবাদ
Ashok Singhal জিন্দাবাদ
Diplu Ranjan Sarma জিন্দাবাদ
BJP Assam Pradesh জিন্দাবাদ
Narendra Modi জিন্দাবাদ
Amit Shah জিন্দাবাদ
BJP INDIA জিন্দাবাদ
GUMA BJP জিন্দাবাদ

অসমলৈ মাননীয় কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ৷Welcome To AssamAmit Shah
28/08/2025

অসমলৈ মাননীয় কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ৷
Welcome To Assam
Amit Shah

28/08/2025
নমস্কাৰ;বহুত স্বাৰ্থলোভী ৰাজনৈতিক ব্যক্তিত্বৰ আৰু চৰকাৰৰ উন্নয়ন আৰু বিকাশৰ মাৰ্গত বাধা দিয়া ব্যক্তিত্বৰ ষঢ়যন্ত্ৰক ভেদ কৰ...
12/05/2022

নমস্কাৰ;
বহুত স্বাৰ্থলোভী ৰাজনৈতিক ব্যক্তিত্বৰ আৰু চৰকাৰৰ উন্নয়ন আৰু বিকাশৰ মাৰ্গত বাধা দিয়া ব্যক্তিত্বৰ ষঢ়যন্ত্ৰক ভেদ কৰি, আকৌ এবাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কুৰ্শাকাটি VCDC ৰাইজৰ সেৱা কৰাৰ সুযোগ কৰাই দিলে। সত্যৰ সদায়ে জয়ে হয়, এইয়া আজি বাস্তৱত প্ৰমানিত হল। সেয়েহ আগন্তু দিনকেইটা ৰাইজৰ সেৱা কৰাৰ বাবে জয়ন্ত সিংহ ক কুৰ্শাকাটি VCDC অধক্ষ্য পদত বাহাল ৰখা হল।

প্ৰতিজন বিজেপি দলৰ কাৰ্যকৰ্তাক হিয়াৰে ধন্যবাদ জ্ঞাপন কৰিলো।
*ভাৰত মাতাকী জয়*



Address

Gossaigaonj
Gossaigaon
783360

Alerts

Be the first to know and let us send you an email when Guma BJP Support posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Guma BJP Support:

Share

Category