Bodoland Prime 24 Live

Bodoland Prime 24 Live News

30/08/2026

∆শৃংখল চলিহা গ্ৰেপ্তাৰ হ'ব নেকি?
∆আমছু সভাপতি ইমতিয়াজ হুছেইনক বাংলাদেশি কোৱা মন্তব্যক গৰিহণা মুছাৰ
∆শৃংখল চলিহাৰ বিৰুদ্ধে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আশ্বিক ৰাব্বানীৰ থানাত গোচৰ
∆ভাতৃত্ববোধৰ এনাজৰী শৃংখল চলিহাহতে বিনষ্ট কৰাৰ অভিযোগ মুছাৰ

30/08/2026

∆গৌৰৱ গগৈ নিজৰ বুথতে কিয় হাৰিবলগা হ'ল?
∆গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ প্ৰদ্যুৎ বৰদলৈৰ
∆মৈৰাবাৰীত মন কি বাত কাৰ্যসূচীত বিধায়ক প্ৰদ্যুৎ বৰদলৈ

অসমৰ কেইবাখনো জিলাৰ আয়ুক্ত হিচাপে কার্যনির্বাহ কৰিছিল বৰ্ণালী ডেকাই।
29/08/2026

অসমৰ কেইবাখনো জিলাৰ আয়ুক্ত হিচাপে কার্যনির্বাহ কৰিছিল বৰ্ণালী ডেকাই।

29/08/2026

দাউৱাগুৰীত তথ্য কেন্দ্ৰৰ শুভ উদ্বোধন।
(RAWEP) ৰ ছাত্ৰ-ছাত্ৰীসকল আৰু অসম কৃষি বিশ্ববিদ্যালয় (AAU) আঞ্চলিক গৱেষণা কেন্দ্ৰৰ গোঁসাইগাৱৰ তত্ত্বাৱধানত
আজি ২৮ আগষ্ট তাৰিখে দাউৱাগুৰী লাইমৱন ক্লাব প্ৰাংগনত এক নতুন তথ্য কেন্দ্ৰ ৰ শুভ উদ্বোধন কৰে বিধায়ক সোভাৰাম বসুমতাৰী।

নেপালৰ প্ৰলয়ংকাৰী বানত নিখোঁজ অসমৰ নলবাৰীৰ অৰুণ মহন্ত কর্মসূত্রে নেপালত আছিল।
29/08/2026

নেপালৰ প্ৰলয়ংকাৰী বানত নিখোঁজ অসমৰ নলবাৰীৰ অৰুণ মহন্ত
কর্মসূত্রে নেপালত আছিল।

নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন, নিৰ্বাচিনৰ বাবে দলীয় মনোনয়ন দাখিল APCC ৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ ইমদাদ হ...
28/08/2026

নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন, নিৰ্বাচিনৰ বাবে দলীয় মনোনয়ন দাখিল APCC ৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ ইমদাদ হুছেইনৰ

28/08/2026

বিধায়ক শ্বেৰমান আলী আহমেদ পিএম শ্ৰী হায়াৰ চেকেণ্ডেৰী স্কুল বৰভিঠাত ভাষণৰ কিছু অংশ

28/08/2026

∆অসম, পশ্চিমবংগ, বিহাৰ জুৰি আন্দোলনৰ সকীয়নী KSDC-ৰ
∆ঐতিহাসিক মাৰ্জাৰ দিৱসৰ দিনাই আন্দোলনৰ হুংকাৰ
আজিলৈকে স্বাক্ষৰ নহ’ল শান্তি চুক্তি
∆অসম, পশ্চিমবংগ, বিহাৰ জুৰি আন্দোলনৰ সকীয়নী KSDC-ৰ

28/08/2026

শ্ৰীৰামপুৰ খণ্ডত আৰ এছ এছ (RSS)ৰ উদ্যোগত ৰখীবন্ধন উৎসৱ উদযাপন।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ শ্ৰীৰামপুৰ খণ্ডৰ উদ্যোগত পৱিত্ৰ ৰখীবন্ধন উৎসৱ অত্যন্ত শ্ৰদ্ধা আৰু উৎসাহেৰে উদযাপন কৰা হৈছে।
আজি শ্ৰীৰামপুৰ খণ্ডৰ অন্তৰ্গত প্ৰত্যেকটো ঘৰে ঘৰে গৈ স্বয়ংসেৱকসকলে স্থানীয় ৰাইজক ৰাখী বান্ধিব। ইয়াৰ উদ্দেশ্য হৈছে সমাজৰ প্ৰতিজন ব্যক্তিৰ মাজত সম্প্ৰীতি আৰু আপোনভাৱ গঢ়ি তোলা।

27/08/2026

ডিংডিঙাস্থিত স্বস্তি ভাৰত গেছ গ্ৰামীণ বিতৰকৰ বিৰুদ্ধে মিছা অভিযোগ প্ৰচাৰত ক্ষোভিত কৰ্তৃপক্ষ

Address

BTC
Gossaigaon

Website

Alerts

Be the first to know and let us send you an email when Bodoland Prime 24 Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share