Gossaigaon Valley

Gossaigaon Valley Local News & information related stuff from gossaigaon and cities,an initiative to represent our beautiful town.

19/05/2026

PM SURIYA GHAR GOV SCHEME বিজলী যোজনাৰ অধীনত সৌৰ পেনেল স্থাপন কৰি ₹1,30,800 পৰ্যন্ত চৰকাৰী ৰাজসাহায্য 💡 লাভ কৰিব

✅ চৰকাৰী পঞ্জীয়নভুক্ত বিক্ৰেতা
✅ বিনামূলীয়া আবেদন আৰু নিযুক্তি
✅ শূন্য মাচুল
✅ বেংকৰ ঋণৰ সাহায্য উপলব্ধ
✅ আজীৱন বিদ্যুতৰ বিল হ্ৰাস কৰক

📄 প্ৰয়োজনীয় নথিপত্ৰ:
• PAN CARD & ADHAR CARD
• BANK PASSBOOK
• LAND DOCUMENTS


📍 গোসাঁইগাঁও, টি.পি ৰোড (নাৰ্জাৰী কমপ্লেক্স), ৰঞ্জিত হোটেলৰ ওচৰত, কোকৰাঝাৰ, বিটিচি, অসম

📞 এতিয়াই যোগাযোগ কৰক:
70028151449 / 8638959595

আজি Solar যাওক & ভৱিষ্যতৰ বাবে Smart Savings উপভোগ কৰক 🌞🏠
.
.

14/05/2026

Online Type This 😎

তুমি মোৰ হৃদয়ত নিমাত হৈ থাকা হে আই বৈশাখৰ ২৫ তাৰিখে তোমাক স্মৰণ কৰিছো হে ৰবীন্দ্ৰ ঠাকুৰ। ৰবীন্দ্ৰ জয়ন্তীৰ শুভেচ্ছা থাক...
09/05/2026

তুমি মোৰ হৃদয়ত নিমাত হৈ থাকা হে আই বৈশাখৰ ২৫ তাৰিখে তোমাক স্মৰণ কৰিছো হে ৰবীন্দ্ৰ ঠাকুৰ। ৰবীন্দ্ৰ জয়ন্তীৰ শুভেচ্ছা থাকিল🙏🙏

09/05/2026

গোসাঁইগাঁওঁত ভূমিকম্পৰ জোঁকাৰণি

গোসাঁইগাঁওঁত ঝালমুড়ি বিতৰণ মুড়ি মেজিক.....
04/05/2026

গোসাঁইগাঁওঁত ঝালমুড়ি বিতৰণ
মুড়ি মেজিক.....

অসম বিধানসভা সমষ্টিৰ BTC ৰ ভোট গণনা প্ৰক্ৰিয়াৰ ৪.১৫ মিনিটৰ শেহতীয়া তথ্য......
04/05/2026

অসম বিধানসভা সমষ্টিৰ BTC ৰ ভোট গণনা প্ৰক্ৰিয়াৰ ৪.১৫ মিনিটৰ শেহতীয়া তথ্য......




28/04/2026

🌸 ৰঙালী বিহুৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন – ২০২৬ 🌸
গোসাঁইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত এই বছৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিহু উদযাপন বহুতো আকৰ্ষণীয় কাৰ্যসূচী লগতে সদৌ অসম‌ মুকলি বিহু প্ৰতিযোগিতা। 🎉

তাৰিখ: ২৮ আৰু ২৯ এপ্ৰিল, ২০২৬
📍 স্থান: কমল নাথ ক্লাৱ কাম লাইব্ৰেৰী, গোসাঁইগাঁও
(গীত, নৃত্য, কবিতা আদি)

এই আনন্দময় আৰু ঐতিহ্যবাহী অনুষ্ঠানৰ সাক্ষী হ'ল।

গোসাঁইগাঁওঁ শংকৰদেৱ বিদ্যা নিকেতনত চমক , গোসাঁইগাঁওঁৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন
28/04/2026

গোসাঁইগাঁওঁ শংকৰদেৱ বিদ্যা নিকেতনত চমক , গোসাঁইগাঁওঁৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন




24/04/2026

গোসাইগাওঁ বালাজী কমপ্লেক্সত নতুন কৈ দোকান সংযোজন শুভাৰম্ভ কৰিলে, এতিয়া সকলো ধৰণৰ cosmatic সামগ্ৰী এখন দোকানত Balaji Style Zone , AT BALAJI COMPLEX, A PART OF Balaji Bhandar Balaji Bhandar Banar Balaji Complex

24/04/2026

সেউজীয়া ভৱিষ্যতৰ দিশে আন এটা ডাঙৰ পদক্ষেপ! ☀️যিয়ে Elite Enterprise ৰ ওপৰত বিশ্বাস ৰাখি নিজৰ ঘৰখন শুদ্ধ শক্তিৰে চলাবলৈ
ছ’লাৰলৈ(SOLAR) সলনি কৰি তেওঁলোকে কেৱল বিদ্যুৎ বিল কমোৱা নাই—সেউজীয়া ভৱিষ্যত গঢ়াতো অংশ ল’লে।🌿⚡
👉Gossaigaon town
📱Contact us at: 060268 97377
📍Reach Our Office: T.P. Road, Narzary Complex, Gossaigaon.




Address

Gossaigaon
783360

Alerts

Be the first to know and let us send you an email when Gossaigaon Valley posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gossaigaon Valley:

Share