J J News Digital

J J News Digital Janatha Justic News Digital Media. দেশৰ প্ৰতি শ্ৰদ্ধা দেশৰ প্ৰতি মৰম স্নেহ আমাৰ সদায় অটুট থাকিব। ৰাইজৰ অন্যায়ৰ প্ৰতি সদায় মাত মাতিম #জয় হিন্দ #জয় আই অসম

14/07/2026

অসমীয়া বোলছবি জগতখনৰ মহময়ী অভিনেত্ৰী পূৰবী শৰ্মা।
এইখন মায়াৰ সংসাৰ পৰা চিৰবিদায় লয় ।
অসমীয়া বোলছবি জগতখনৰ বাবে আৰু আমাৰ অসমীয়া সমাজখনৰ কাৰণে দুখৰ বিষয় ইমান প্ৰবীন অভিনেত্ৰী আজি আমাৰ মাজত নাই।

12/07/2026

📌ৰাইজৰ দলৰ জ্ঞানশ্ৰী বৰা দিছপুৰ থানাত এটা গোচৰ ৰজু কৰে ⚖️
📌অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে
পৰেশ বৰুৱা ছঁবি আঁকিবলৈ কোনো বাধা নাই বুলি মন্তব্য ⚖️
📌তেওঁ এজন অসমৰ বিপ্লৱী অসমৰ কাৰণে বহু খিনি আন্দোলন কৰিছে⚖️

10/07/2026

অসম বিধানসভা অধিবেশনত বাজেটত উল্লেখ কৰে
অসম চৰকাৰে এই বছৰত দুই লাখ নতুনকৈ নিযুক্তিৰ ব্যৱস্থা কৰিব ।
অসম চৰকাৰে খালী পদ পূৰণ কৰাৰ বাবেই নহয়।
নতুনকৈ পদ সৃষ্টি কৰি হ'লেও নিযুক্তিৰ ব্যৱস্থা কৰিব ।
নতুনকৈ পদ সৃষ্টি কৰা সমূহ থাকিব স্বাস্থ্যৰ বিভাগ,শিক্ষা বিভাগ আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগ

10/07/2026

যমুনা নদীৰ কালিন্দী কুঞ্জ ঘাটত প্ৰচুৰ পৰিমাণে যমুনা নদীৰ পানীৰ পৰা ফেন ওলাঁইছে। ইয়াৰ মুখ্য কাৰণ কি হ'ব পাৰে,
কাৰণ দুটা হ'ব পাৰে, এটা প্ৰাকৃতিক আৰু আনটো প্ৰদূষণ বা মানৱ নিৰ্মিত।

09/07/2026

ভাৰতীয় সেনাই চীনৰ সেনাক খেদি পঠিয়াইলে
চীনৰ কোনো ধৰণৰ দাদাগিৰি নচলিব ভাৰতীয় সেনাৰ আগত ।

08/07/2026

প্ৰম্বানন নৱম শতিকাৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ইণ্ডোনেছিয়াৰ আটাইতকৈ ডাঙৰ হিন্দু মন্দিৰ কমপ্লেক্স, ত্ৰিমুৰ্তী (শিৱ, বিষ্ণু, আৰু ব্ৰহ্ম)ৰ বাবে উৎসৰ্গিত।

08/07/2026

মই মোৰ DNA পৰীক্ষা কৰি গম পালোঁ যে মোৰ এটা ভাৰতীয় DNA আছে। Indonesia President Prabowo Subianto Djojohadikusumo

08/07/2026

কোচবিহাৰৰ শিতলকুচি CPI(M) নেত্ৰী মিনাক্ষী মুখাৰ্জীৰ গাড়ীত কণীৰে দলিয়াইছে বিজেপি কৰ্মী।

07/07/2026

কলকাতা হাওড়া ৰে'ল ষ্টেচনত এজন ব্যক্তি জৰিমনা দিব লগা হ'ল
ভূলটো হ'ল পাণমচলা খাই থেখৰ পেলাইছিল ।

07/07/2026

অখিল গগৈয়ে প্ৰতিবাদ কৰিছে বিজেপি চৰকাৰে
ইথানল (E 20)য়ে দেশৰ বাহন সমূহক ধ্বংস কৰিছে।
ঠেলা গাড়ীত মটৰ চাইকেল উঠুৱাই ৰাস্তাত পেট্ৰল আৰু ইথানলৰ ব্যৱহাৰক লৈ প্ৰশ্ন চৰকাৰক।
বিজেপি চৰকাৰে দেশৰ নিম্ন শ্ৰেণীৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ সকলক কেৱল মাত্ৰ লুণ্ঠন কৰিছে ।

Address

Vill-Padmabil Po+Ps/Gossaigaon Dist/Kokrajhar Pincode/state/
Gossaigaon
783360

Alerts

Be the first to know and let us send you an email when J J News Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share