Khabar 24 NE

Khabar 24 NE সদায় সত্যৰ উপস্থাপন কৰাই আমাৰ প্ৰতিশ্ৰুতি।

28/07/2025

📌চিৰাং জিলাৰ সীমান্তৱৰ্তী ভূটানৰ গেলেফুত ভয়ংকৰ অগ্নিকাণ্ড।

28/07/2025

Denver airport scare: ভয়ংকৰ!

📌টেকঅফৰ আগত বিমানৰ চাকাত জুই 💥

27/07/2025

ধিঙৰ ৬টাকৈ স্থানত শীঘ্ৰে চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। ৰৌমাৰী বিল, লহকৰঘাট, বালিসত্ৰ গ্ৰেজিং ৰিজাৰ্ভত চলিব উচ্ছেদ।

26/07/2025

📌পতি ঘৰত নথকাৰ সুযোগ লৈ পত্নীয়ে ঘৰত প্ৰবেশ কৰালে নিজৰ বয় ফ্ৰেণ্ডক।

19/07/2025

📌তেওঁৰ তুলুঙা মন্তব্যৰ বাবেই গোৱালপাৰাত উচ্ছেদ হয়।
📌অহা একমাহত আৰু উচ্ছেদ দেখা পাব।
📌অসমৰ ইতিহাসত বিষ্ণুৰাম মেধিৰ পিছত আঠাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা ময়েই একমাত্ৰ মুখ্যমন্ত্ৰী।

📌আমাৰ সকলোৰে জনা দৰকাৰ অসমৰ বিষাক্ত আৰু অবিষাক্ত সাপ সমূহৰ বিষয়ে।
18/07/2025

📌আমাৰ সকলোৰে জনা দৰকাৰ অসমৰ বিষাক্ত আৰু অবিষাক্ত সাপ সমূহৰ বিষয়ে।

17/07/2025

📌কৃষ্ণাই উচ্ছেদিত এলেকাত প্ৰশাসনে জেচিপি লগাই ৰাস্তা ভাঙিদিয়াতে ৰাইজে বাধা কৰাৰ বাবে ৰাইজৰ ওপৰত গুলি নিক্ষেপ কৰে ।

📌এই গুলি নিক্ষেপৰ এজন ব্যক্তিৰ মৃত্যু হয় ।
মৃত্যু হোৱা ব্যক্তিজনৰ নাম - ছাকোৱাৰ আলি বয়স - ১৯
আৰু আহত ৩ জন ব্যক্তি

15/07/2025

📌লহৰিঘাটৰ হাঁহচৰা গাঁৱত সংগঠিত হোৱা হ***ত্যা** কাণ্ডৰ আচামিয়ে দেখায় আছে কেনেকৈ তেওঁ হ**ত্যা**টো কৰিছিল।
📌মাৰ্ডাৰ কেচৰ ইনভেষ্টিগেছন কেনেকৈ কৰে সেয়া চাওঁক ।
📌 চিনেমা ষ্টাইল অত হুবহু মাৰ্ডাৰ কেছৰ ইনভেষ্টিগেশ্যন।

14/07/2025

📌লাহৰীঘাটৰ বিধায়ক আছিফ নাজাৰক আবদ্ধ কৰিলে ৰাইজে
বিধায়কৰ বাহন ৰখাই ক্ষোভ উজাৰে উত্তেজিত কংগ্ৰেছ কৰ্মী সকলে
বিধায়কৰ খেয়াল খুচি মতে আঞ্চলিক পঞ্চায়ত গঠনক লৈ উত্তপ্ত পৰিস্থিতি
📌কোনোমতে স্থান এৰি পলায়ন কৰে বিধায়ক গৰাকীয়ে
ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি
📌আৰক্ষীৰ সন্মুখতেই বিধায়কক লাহৰীঘাটত প্ৰৱেশ নকৰিবলৈ সকীয়নি প্ৰদান কৰে নিজ দলৰে কৰ্মীয়ে

14/07/2025

📌ইণ্ডিয়া গেটত ৬১ হাজাৰ মুচলমান ছহীদৰ নাম লিখা আছে।
📌আমাৰ কাৰণে গৌৰবৰ কাৰণ ইণ্ডিয়া গেট।
📌ভাৰতৰ স্বাধীনতা সংগ্ৰামত মুচলমানৰ অবদান কি?

11/07/2025

📌 ৫ লাখ শিক্ষাৰ্থীয়ে প্ৰত্যেক মহেকত ৩০০ টকাকৈ পাব।
📌আহি গল এক নতুন আঁচনী।

09/07/2025

📌নগাঁও জিলাৰ জিলা আয়ুক্ত হঠাৎ চৰকাৰী অফিচ অত উপস্থিত হৈ দেখে যে কোনো চৰকাৰী কৰ্মচাৰী ১০.৩০ বজা লৈকে অফিচত উপস্থিত নাই?

Address

Guwahati

Alerts

Be the first to know and let us send you an email when Khabar 24 NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share