13/10/2026
🚨 পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল পবিতৰা অভয়াৰণ্য
📌 ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য।
📌 বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ দেৱাশীষ শৰ্মাই মুকলি কৰে অভয়াৰণ্যখন।
📌 শুভাৰম্ভ কৰা হ’ল Wildlife Museum আৰু Souvenir Shop।
📌 জীপ ছাফাৰীৰ সংখ্যা ২০খনৰ পৰা বৃদ্ধি কৰি ৩৬খন কৰা হৈছে।
📌 নৱেম্বৰ মাহত সাজু হ’ব হাতী ছাফাৰী।
📌 পবিতৰাক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব বনমন্ত্ৰীৰ।