18/08/2026
📌 হয়তো অসমত কোনো এজন অসমীয়াৰ এই বছৰটো শ্ৰেষ্ঠ উক্তি। এইয়া একান্তই মোৰ ব্যক্তিগত অনুভৱ।
📌 নিজৰ নিজৰ ক্ষেত্ৰত নিজৰ সীমাবদ্ধতা অনুসৰি সমাজৰ বিভিন্ন স্তৰত সকলোৱে কোনো এক দুৰ্বল ব্যক্তিক যদি অলপ হ'লেও সকাহ দিব পাৰে নিশ্চিত ভাৱে আমাৰ সমাজ খন উন্নতি হব।
📌 আৰু এই ক্ষেত্ৰত আৰ্থিক, মানসিক, সুস্থ জ্ঞান সকলো দিশ সামৰি তেওঁ নিজৰ অনুভৱ ব্যক্ত কৰিছে।
Nice... Homoy