NE News Assam

NE News Assam NE News Assam Follow for latest news updates

26/08/2026

নেপাললৈ নাযাব! ৰুষ্ট প্ৰকৃতিৰ ৰোষত নেপাল

NepalNews flood

📌উজনিৰ বানাক্ৰান্তৰ কাষত একেলগে বিধায়ক বদৰুদ্দিন আজমল আৰু শৃংখল চলিহা📌বানাক্ৰান্তক সাহায্য বিতৰণত বিধায়ক বদৰুদ্দিন আজমলক...
24/07/2026

📌উজনিৰ বানাক্ৰান্তৰ কাষত একেলগে বিধায়ক বদৰুদ্দিন আজমল আৰু শৃংখল চলিহা
📌বানাক্ৰান্তক সাহায্য বিতৰণত বিধায়ক বদৰুদ্দিন আজমলক সহায় শৃংখল চলিহাৰ
📌শৃংখল চলিহাক কৃতজ্ঞতা জ্ঞাপন বদৰুদ্দিন আজমলৰ

Shrinkhal Chaliha

23/07/2026

কিমান দুৰ্বিসহ হৈ পৰিছে মানুহৰ জীৱন। গছৰ ওপৰত উঠি জীয়াই থকাৰ সংগ্ৰাম। এয়া নাজিৰাৰ দৃশ্য।

23/07/2026

যদি মই ৰাইজৰ বিপদৰ সময়ত বিধানসভাত কথা ক'বই নোৱাৰো মোৰ বিধায়ক পদ বাতিল কৰক: অখিল গগৈ

AkhilGogoi

23/07/2026

21/07/2026

📌শিৱসাগৰত বানাক্ৰান্তক উদ্ধাৰৰ বাবে প্ৰশাসন ব্যৰ্থ
📌এতিয়াও পৰ্যাপ্ত হোৱা নাই নৌকা সেৱা
📌শিৱসাগৰৰ বান পৰিস্থিতিত 'জিলা আয়ুক্তক বানাক্ৰান্তক উদ্ধাৰৰ নিজে দায়িত্ব লৈছো' বুলি মন্তব‍্য বিধায়ক অখিল গগৈৰ

21/07/2026

📌প্ৰতিবাদৰ পিছত খোলা আকাশৰ তলত ৰাতি কটালে বহু ছাত্ৰই
📌দিল্লীত প্ৰতিবাদৰ সময়ত আৰক্ষীৰ লাঠিচাৰ্জৰ পিছত বহু ছাত্ৰই গভীৰ নিশালৈকে প্ৰতিবাদস্থলীতেই থাকিবলগীয়া হয়।
📌বৃষ্টিৰ মাজত মঞ্চৰ তলৰ ভিজা মাটিতেই বহু প্ৰতিবাদকাৰীয়ে ৰাতি কটোৱাৰ দৃশ্য সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে।
📌প্ৰতিবাদকাৰীসকলে কয় যে, কঠিন পৰিস্থিতিৰ মাজতো তেওঁলোকৰ দাবীৰ পৰা আঁতৰি নাযাব।

20/07/2026

'বনাই থৈ দিয়া ভাত তেনেকৈয়ে থাকিল।' ভয়ংকৰ বানে সকলো থানবান কৰাৰ পিছত দিশহাৰা হোৱা এগৰাকী আইতাৰ কৰুণ বৰ্ণনা।

20/07/2026

টীয়কৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে শিবিৰ পাতি আশ্ৰয় লৈছে বহু পৰিয়ালে

Address

Guwahati City
Guwahati

Alerts

Be the first to know and let us send you an email when NE News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE News Assam:

Shortcuts

Share