Assam News

Assam News A paltfrom to share and updates issue relating to the day to day event for the people...

27/11/2025

যোৰহাটৰ মালৌআলি ভোগদৈ দলংৰ ওপৰত নিশা বাঘৰ বিচৰণ।।

25/11/2025

যোৰহাট জাতীয় বিদ্যালয়ৰ ৰূপালীম বৈজয়ন্তীৰ চতুৰ্থ নিশাৰ সাংস্কৃতিক অনুষ্ঠানটি জীপাল কৰি তোলে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, লগতে আমন্ত্ৰিত শিল্পী সকলে

25/11/2025

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ পূৰ্বে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অখিল গগৈৰ প্ৰতিবাদ

22/11/2025

আজি যোৰহাট জাতীয় বিদ্যালয় চিনিয়ৰ চেকেণ্ডৰী স্কুলৰ ৰূপালীম বৈজয়ন্তী উদযাপন কাৰ্য্যসূচী... চাৰিদিনীয়াকৈ অনুষ্ঠিত এই কাৰ্য্যসূচীৰ আজি দ্বিতীয়টো দিন.. বাৰে ৰহনীয়া সাংস্কৃতিক শুভাযাত্ৰাত অংশ গ্ৰহণ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীৰ

21/11/2025

📌ডুবাইত এয়াৰ শ্ব'ৰ মাজতে দুৰ্ঘনাত পতিত হয় তেজছ যুঁজাৰু বিমান।

🔸 প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক ওপজা দিন
18/11/2025

🔸 প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ৫৩ সংখ্যক ওপজা দিন

14/11/2025

ৰাহুল গান্ধী যলৈকে যায়, তাতেই বিজেপিৰ জয় হয় : মুখ্যমন্ত্ৰী।

13/11/2025

📌"বিজেপি নাথাকিলে দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিঞাই লৈ ল'ব"
📌"৩ গগৈয়ে হৈছে মিঞাৰ আটাইতকৈ ডাঙৰ সমৰ্থক"

10/11/2025

📌BIG BREAKING
📌দিল্লীৰ লালকিল্লাৰ সমীপত ভয়ংকৰ বিস্ফোৰণ
📌এখন বাহনত হোৱা বিস্ফোৰণৰ ফলত ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে অগ্নি সংযোগ হয় কেইবাখনো বাহনত

10/11/2025

Blast in a car reported near Red Fort in New Delhi.

10/11/2025

📌১০০ টকাতে পাব ১ কেজিকৈ দাইল, চেনি আৰু নিমখ৷ 📌পহিলা জানুৱাৰীৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব এই সুবিধা৷
📌মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা৷

10/11/2025

'ৰৈ ৰৈ বিনালে'ৰ পাইৰেচী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

Address

Guwahati

Telephone

+919508119098

Website

Alerts

Be the first to know and let us send you an email when Assam News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share