
25/06/2024
*ঘৰৰ পৰা কাম কৰি টকা উপাৰ্জন কৰিব পৰা অসমৰ এটা থলুৱা বাণিজ্যিক প্ৰতিষ্ঠান হৈছে DIGIBIZ DIGITAL MARKETING OPC Pvt Limited Company। এই কোম্পানীটোৱে 2018 চনৰ পৰা ৰাইজৰ মাজত অনলাইন জ্ঞান তথা কৌশল বিকাশ আৰু অৰ্থ উপাৰ্জন কৰাৰ সুযোগ প্ৰদান কৰি আহিছে। ভাৰত চৰকাৰৰ ডিজিটেল ইণ্ডিয়া আঁচনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই কোম্পানীটোৱে অনলাইন মাধ্যমেৰে উত্তৰ-পূৰ্বাঞ্চলৰ দহ সহস্ৰাধিক লোকক অনলাইন লাৰ্নিঙ আৰু আৰ্ণিংৰ সুবিধা প্ৰদান কৰি আছে। আহক আমি সকলোৱে digibiz ত যোগদান কৰি উপাৰ্জন গঢ়ি তোলক আৰু নিজৰ সপোন পূৰণ কৰক
8876547032