Myself Arju Ikbal

Myself Arju Ikbal Legal Content Creator

16/09/2025

অহা কালি বহুত ধুনীয়া এটা Reel দিব আপোনালোকে নতুন বাহন কিনিলে কামত আহিব। চাবলৈ নাপাহৰিব।

16/09/2025

Indirectly ইমান অপমান কৰিম মনত ভাবিলেও Police Case দিয়াৰ ৰাস্তা নাথাকিব।

16/09/2025

মুছলমান পক্ষৰ বৃহৎ জয়। BJP ৰ আশাত চেঁচা পানী।

16/09/2025

BJP য়ে মুছলমানৰ কিমান যে চিন্তা কৰে তাৰ প্ৰমাণ Waqf Amendment Act, 2025 ৰ ওপৰত Supreme Court য়ে দিয়া ৰায়ে প্ৰমাণ কৰি দিলে।

14/09/2025

মোক আপোনালোকে ভাল পাই নে বেয়া পাই বাৰু? বহুতে ইমান বেয়া বেয়াকৈ কয় কাৰণে সুধিলো।

14/09/2025

বহুত মানুহৰ Bank Account Freeze হয়। Reel লাগিব নেকি?

12/09/2025

ভাল‌ কথা কিছুমানৰ হজম নহয় যে হজম শক্তি একেবাৰে কম নেকি comment box আহি বমি কৰা আৰম্ভ কৰি দিয়ে যে। বেমাৰ থাকিলে Doctor ৰ ওচৰত যাব লাগে বেমাৰ লৈ বহি থাকে নেকি মানুহ।

12/09/2025

কিছুমান মানুহ আছে কিবা এটা কথা কলে অলপ পলমকৈ বুজি পায় কাৰণ মগজু লাহে লাহে কাম কৰে।

টোপনিত লালকাল।
11/09/2025

টোপনিত লালকাল।

11/09/2025
11/09/2025

ইমান দিনে ফটা ঢোল পিটি এতিয়াহে গম পালে ফটা ঢোলৰ যে শব্দ নহয়।

11/09/2025

বেয়া মানুহে ভাল মানুহক দেখিলে গা‌ জলা পুৰা কৰে, বেলেগৰ উন্নতি দেখিলে নিজে একো কৰিব নোৱাৰা অবৰ্জনা বোৰৰ গা জলা পুৰা কৰে। সিহঁতে এইবোৰ বস্তু সহ্য কৰিব নোৱাৰে।

Address

Hatigaon
Guwahati
781038

Website

Alerts

Be the first to know and let us send you an email when Myself Arju Ikbal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Myself Arju Ikbal:

Share