S Time assam

S Time assam প্ৰতিবেন কৰিবলৈ যোগাযোগ কৰিবলৈ নাাহৰিব।

04/07/2026

'মই জানি ভুল কৰা নাই ফটো খন মই নেদেখি প্ৰসাৱ কৰিলোঁ, মোৰ গাত অকণো ভুল নাই'

'মোৰ কিডনী অপাৰেচন হৈছে দুবাৰ, প্ৰসাৱ লাগিলে ৰাখিব নোৱাৰোঁ'

জাঁজীৰ উৰণ সেঁতুত থকা জুবিন গাৰ্গৰ ফটোত প্ৰসাৱ কৰা পুলক কলিতাই বিচাৰিলে ক্ষমা

29/06/2026

📌বৰবাগান কালি মন্দিৰ সমীপত নিষিদ্ধ মাংস পেলোৱাক লৈ এতিয়াও চেপা উত্তেজনা।
📌কলাইগাঁৱৰ বৰবাগানৰ জঘন্য ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ইতিমধ্যে এজনক আটক কৰিছে ধূলা আৰক্ষীয়ে।
📌নিশা পানবাৰী আৰক্ষী চকীৰ এটা দলে যোৱা নিশা অভিযুক্ত কফিল আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

#হিমন্তবিশ্ব

21/06/2026

📌মেডিকেলত মুছলমানৰ লৰা-ছোৱালীয়ে ৪০০ চিট পায়;
আমাৰ হিন্দুৰ আধা সময় আন্দোলন কৰোতে যায়।

📌বদৰুদ্দিন আজমলে যদি সংখ্যালঘূৰ বাবে বছৰি ১০০জনক চিকিৎসক বনাব পাৰে;
তেন্তে আমি মটক, চুতীয়া, আহোম, কলিতা, মৰানে কিয় কৰিব নোৱাৰো?

📌বদৰুদ্দিন আজমলৰ শিক্ষানুস্থানৰ লৰা-ছোৱালীয়ে কটাত চিট পোৱা নাই;
তেওঁলোকে প্ৰতিযোগিতা কৰি চিকিৎসকৰ চিট পাইছে:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
#হিমন্তবিশ্ব

20/06/2026

কম দিনৰ ভিতৰত নিৰ্মাণ কাম আৰম্ভ হব দলগাঁও CDC অফিচৰ পৰ্যবেক্ষণ কৰিলে দলগাঁও সমষ্টিৰ বিধায়ক Mazibur Rahman চাহাব জিলা আয়ুক্ত

#হিমন্তবিশ্ব

15/06/2026

বাইহাটা চাৰিআলিৰ পৰা তেপুৰ মিছন চাৰিআলি লৈকে চাৰি লেন যুক্ত পথ নিৰ্মাণৰ বাবে আঁচনি আগবঢ়াইসে।
#হিমন্তবিশ্ব

14/06/2026

📌 '১৮ বছৰৰ ওপৰৰ লোকে অসমত নাপাব আধাৰকাৰ্ড'
📌 'অসমত ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলোৱে পাইছে আধাৰ'
📌 'আধাৰ কাৰ্ড ল'বৰ বাবে লাগিব চৰকাৰৰ অনুমতি'
📌 'TE, ST, SCৰ লোকে ২০২৭লৈকে পাব আধাৰকাৰ্ড'
📌 '২০২৭ৰ মাৰ্চলৈকে এইসকল লোকে পাব আধাৰ'
📌 সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

13/06/2026

আদালতত অভিযুক্তই দোষমুক্ত হ'বলৈ প্ৰাণৰ শিল্পী জুবিনক চৰিত্ৰ হননৰ চেষ্টা। উচুপি উচুপি গৰিমাই ক'লে- 'জুবিন গাৰ্গে যদি সুৰাৰ ৰাগীত মাতাল হৈ থাকিলেহেঁতেন, ৫২ বছৰ বয়সত ৪০হাজাৰ গীত গাব নোৱাৰিলেহেঁতেন।'
#গৰিমা

11/06/2026

ধুবুৰীত এগৰাকী মহিলাই আন এগৰাকী মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী কচুৱাৰখাছ অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

10/06/2026

📌 খাৰুপেটীয়াত মাদ্ৰাছাৰ ছাত্ৰ নি*ৰু*দ্দে*শ ।
📌 কান্মুজি গাওঁৰ লৰা মাদ্ৰাছাত পৰিব দিছিল।
📌 তাৰ পৰাই নিৰুদ্দেশ হৈ আছে।


09/06/2026

📌চাৰাবভাটিৰ কাণ্ডক লৈ কঠোৰ মহানগৰ আৰক্ষী।
📌'জিতেন্দ্ৰ হালৈ অসমীয়া মানুহৰ প্ৰতিনিধি নহয়।'
📌'কাৰোবাক গালি- গালাজ কৰিলে প্ৰতিক্ৰিয়া হ'বই। '
📌'ইয়াত অসমীয়া বিহাৰী বুলি কৈ লাভ নাই। '
📌'সকলো CCTV ৰ ভিজুৱেল আৰক্ষীৰ হাতত পৰিছে ।'
📌'আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ এক্সন লোৱা হ'ব।'
📌'হৃদয় আহমেদে সাংবাদ সংগ্ৰহ কৰিবলৈ যোৱা নাছিল শ্ল'গান হে দি আছিল'
📌মন্তব্য মহানগৰ আৰক্ষী পশ্চিম DCP বলিন দেউৰীৰ।

Address

Guwahati
Guwahati

Website

Alerts

Be the first to know and let us send you an email when S Time assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share