NKTV LIVE

NKTV LIVE Welcome to NKTV on Facebook. An Assamese Satellite News Channel. News updates from around the World,

30/06/2025

▶️ মুহূৰ্ততে শেষ হৈ গ'ল মাতৃ-পুত্ৰসহ আন এজনৰ জীৱন। হাস্পতালত জীৱন-মৃত্যুৰে যুঁজ আন তিনিজনৰ। ভয়াৱহ দুৰ্ঘটনাই কঁপাইছে ৰাজ্য।

30/06/2025

▶️ৰাজ্যত পূৰ্ণগতিত চলিছে উচ্ছেদ অভিযান
▶️গোৱালপাৰাৰ পাছত এইবাৰ নলবাৰীত চলিল প্রশাসনৰ বুলড’জাৰ
▶️বৰক্ষেত্ৰীৰ বাকৰিকুছিত ৯৩টা পৰিয়ালক প্রশাসনে কৰিলে উচ্ছেদ
▶️উত্তৰ বৰক্ষেত্ৰী মৌজাৰ ৪৫২ বিঘা ভূমি বেদলমুক্ত কৰিলে প্ৰশাসনে
▶️প্রাথমিক বিদ্যালয়, অংগনৱাড়ী কেন্দ্র, মছজিদত পৰিল প্রশাসনৰ হাতুৰী
▶️সপোনৰ ঘৰখন নিমিষতে হেৰুৱাই এতিয়া দিশহাৰা বহু পৰিয়াল
▶️বাকৰিকুছিত কোনে সংস্থাপন দিছিল এইসকল পৰিয়ালক?
▶️উচ্ছেদিতৰ অভিযোগ- প্ৰাঃ বিধায়ক, প্রাঃ মন্ত্ৰী প্রয়াত ভূমিধৰ বৰ্মনে সংস্থাপিত কৰিছিল খহনীয়াগ্রস্ত লোকসকলক
▶️পূৰ্বৰ চৰকাৰে কৰা ভুলৰ আজি প্ৰায়শ্চিত্ত কৰিবলগা হ’ল নেকি উচ্ছেদিত পৰিয়ালকেইটাই?
▶️কাৰ অনুমতিত বেদখলকৃত চৰকাৰী ভূমিত স্থাপন হৈছিল স্কুল, অংগনৱাড়ী কেন্দ্র?
▶️চৰকাৰী ভূমি বেদখলকাৰীয়ে কেনেকৈ লাভ কৰিছিল বিদ্যুৎ সংযোগ?
▶️ভোটৰ স্বাৰ্থতে ইমানদিনে বেদখলকাৰীক দিয়া হৈছিল নেকি বিভিন্ন চৰকাৰী সা-সুবিধা?
▶️বেদখলৰ পূৰ্বে চৰকাৰী ভূমি সংৰক্ষণ কৰিবলৈ কিয় ব্যৱস্থা নলয় চৰকাৰে?
▶️এই সকলো সামৰি আজিৰ ‘ৰিপ’ৰ্টাৰ্ছ ফাইল’
▶️বাকৰিকুছিৰ উচ্ছেদস্থলীৰ পৰা ত্রিদীপ কলিতাৰ সৈতে ‘উচ্ছেদিতৰ চকুপানী’

30/06/2025

▶️ কাৰ ভুলৰ পৰিণাম ভুগিছে বৰক্ষেত্ৰীৰ উচ্ছেদিতই?
▶️ কোনে বাকৰিকুছিৰ চৰকাৰী মাটিত বহুৱাইছিল চৰৰ ৰাইজক?
▶️ বেদখলকাৰীয়েও লাভ কৰে PM আৱাস, বিদ্যুৎ ইত্যাদি
▶️ অংকিতা দত্ত শেষৰ বেঞ্চত, প্ৰাঃ মন্ত্ৰী বিস্মিতা গগৈ ক’ত?
▶️ বিজেপিলৈ যোৱা একাংশ কংগ্ৰেছীৰ নাজল-নাথল
▶️ গৰু ধূলিত আচ্ছাদিত ৰাজ্যৰ ৰাজনীতি
▶️ জয়ন্ত মল্লবৰুৱাৰ আৰু এটা মিছা
▶️ আৱেদন নকৰাকৈয়ে হিতাধিকাৰী হ’ল জয়ন্ত মল্লৰ পত্নী
▶️ বেলি ঘূৰিলেই ঘূৰে জয়ন্ত মল্লবৰুৱাৰ নীতি-আদৰ্শ
▶️ পত্নীৰ কথা ওলালে বেজাৰ লাগে মন্ত্ৰী জয়ন্তৰ
▶️ গীৰ গাই কাণ্ডত ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ
▶️ মুখ্যমন্ত্ৰীৰ গাড়ীলৈ প্ৰতিবাদকাৰীয়ে দলিয়ালে বটল
▶️ পৰিস্থিতি বিষম! গোপন মন্ত্ৰণাত CMৰে দিলীপ শইকীয়া
▶️ ৰবীন্দ্ৰ ভৱনত চলিব বুলড’জাৰ, তাৰপাছত কি হ’ব?

30/06/2025

BIG BREAKING ৰাজ্য কঁপোৱা টংলাৰ ‘ডাবল মা*ৰ্ডাৰ’ কাণ্ডৰ অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড। অতি নৃশংসভাৱে দুই ভাতৃক হ*ত্যা কৰিছিল ঘাতকে।

30/06/2025

নিৰ্বাচনৰ পূৰ্বে এক হ’ব নেকি ৩ গগৈ?
‘তিনি গগৈ’ৰ মিত্রতা সম্ভৱনে?
সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন
’২৬ৰ নিৰ্বাচনৰ পূৰ্বে হ’ব নেকি বিৰোধীৰ মিত্ৰতা?
নিৰ্বাচনৰ প্রাকমুহূৰ্তত আকৌ ৩ গগৈৰ প্ৰসংগ
৩ গগৈ বিজেপিৰ বাবে প্রত্যাহ্বান হ’ব নেকি?
৩ গগৈৰ ধাৰণাক লৈ চিন্তিত নেকি বিজেপি?
বিৰোধী মিত্রজোঁট গঠনক লৈ মতানৈক্য কিয়?
মিত্রতাৰ ক্ষেত্রত গৌৰৱ গগৈৰ পৰিকল্পনা কি?
গৌৰৱ গগৈৰ ভূমিকাক লৈ সন্দিহান অখিল
কেতিয়াবা সমালোচনা, কেতিয়াবা মিত্রতাৰ আহ্বান
অখিল গগৈৰ মিত্ৰতাৰ আহ্বানক কিদৰে ল’ব কংগ্ৰেছে?
অসম জাতীয় পৰিষদে ল’ব নেকি অনুঘতকৰ ভূমিকা?
কংগ্রেছৰ ‘বিগ ব্রাডাৰ’ এটিটিউড বাধাৰ কাৰণ নেকি?
গৌৰৱৰ গ্রীণ ছিগনেললৈ অপেক্ষা নেকি আন ২ গগৈৰ?
মিত্রতা অবিহনে কিদৰে প্রত্যাহ্বান জনাব শাসকীয় বিজেপিক?
বিজেপিক প্ৰতিৰোধ কৰিবলৈ এইবাৰ গগৈ সেনানী
৩ গগৈ নহয়, প্ৰতিজনেই হ’ব লাগিব গগৈ সেনানী
পঞ্চায়ত নিৰ্বাচনত বিফল কিয় ৩ গগৈ?
পঞ্চায়ত, পৰিষদীয় নিৰ্বাচনৰ পৰা শিক্ষা ল’লেনে বিৰোধীয়ে?
সবিশেষ আলোচনা আজিৰ ‘বৃত্তান্ত’ত
জগদীশ ডেকাৰ সৈতে ‘তিনি গগৈ’ সম্ভৱনে?

30/06/2025

▶️মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰো উদঙালে পদ্ম হাজৰিকাই
▶️বিজেপিৰ গৰু কেলেংকাৰিক লৈ কংগ্ৰেছৰ ৰাজ্যজোৰা প্ৰতিবাদ
▶️গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল দলিয়াই প্ৰতিবাদ
▶️নলবাৰীৰ বৰক্ষেত্রীৰ বাকৰিকুছিত প্রশাসনৰ উচ্ছেদ অভিযান
▶️প্রথম দিনা উচ্ছেদ হ’ল ৯৩টা পৰিয়াল
▶️চকুৰ সন্মুখতে খহি পৰিল ৫ মহলীয়া অট্টালিকা

30/06/2025

BIG BREAKING দুখন বাইক, ই-ৰিক্সাৰ সংঘৰ্ষত শেষ হৈ গ’ল ৩টাকৈ জীৱন। হাস্পতালত জীৱন-মৃত্যুৰে যুঁজ দুজনৰ।

30/06/2025

▶️গীৰ গাইকেন্দ্রিক বিতৰ্কৰে তোলপাৰ ৰাজ্যৰ ৰাজনীতি
▶️গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল দলিয়াই প্ৰতিবাদ
▶️সৌন্দৰ্য চৰ্চাই কাল হ’ল নেকি শ্বেফালিৰ?
▶️বাগৰুম্বা নৃত্যই গঢ়িব বিশ্ব অভিলেখ

30/06/2025

▶️ গীৰ গাইকেন্দ্রিক বিতৰ্কৰে তোলপাৰ ৰাজ্যৰ ৰাজনীতি
▶️ ৰাজ্যজুৰি কংগ্রেছৰ প্ৰতিবাদ, অ.জা.পৰ সংবাদমেল
▶️ গোলাঘাটত মুখ্যমন্ত্ৰীৰ সন্মুখতে কংগ্রেছৰ প্ৰতিবাদ
▶️ বৰক্ষেত্ৰীৰ বাকৰিকুছিত প্রশাসনৰ উচ্ছেদ অভিযান
▶️ প্রাথমিক বিদ্যালয়ৰ পৰা মছজিদলৈ প্রশাসনৰ বুলড’জাৰ
▶️ যোৰহাটত বাগৰিল স্কুল ভান, গ্লাছ ভাঙি উলিয়ালে শিক্ষাৰ্থীক
▶️ লগতে চাওক শেহতীয়া ২টা ডাঙৰ খবৰ LIVE

30/06/2025

▶️ গীৰ গাই বিতৰ্কই জোকাৰিছে ৰাজ্য
▶️ আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী
▶️ নলবাৰীৰ বৰক্ষেত্ৰীত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান
▶️ বোকাখাতত নিশা আৰক্ষীৰ এনকাউণ্টাৰ
▶️ তেলেংগানাত ৰাসায়নিক কাৰখানাত ভয়াৱহ বিস্ফোৰণ
▶️ বিস্ফোৰণত নিহত কমেও ১০ জন শ্ৰমিক
▶️ লগতে চাওক বিয়লিৰ ২টা ডাঙৰ খবৰ LIVE

30/06/2025

▶️ গোলাঘাটত মুখ্যমন্ত্ৰীৰ বাহনলৈ পানীৰ বটল দলিয়ালে কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে

30/06/2025

▶️ গোলাঘাটত মুখ্যমন্ত্ৰীৰ গাড়ীলৈ বটল দলিয়াই প্ৰতিবাদ
▶️ প্ৰতিবাদ সাব্যস্ত কৰা দুই প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ
▶️ নিজ সমষ্টিতেই ৰাইজৰ ৰোষৰ বলি বিধায়ক ভুবন গাম
▶️ অন কেমেৰা মাজুলীৰ বিধায়ক ভুবন গামক প্ৰতিবাদী ৰাইজৰ প্ৰত্যুত্তৰ
▶️ বিলাসীপাৰাত বন বিভাগৰ অভিযান
▶️ চালান বিহীনভাৱে শিল কঢ়িওৱা ডাম্পাৰ জব্দ বন বিভাগৰ

Address

Ganeshguri
Guwahati
781005

Telephone

+913617135657

Website

Alerts

Be the first to know and let us send you an email when NKTV LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share