ROYAL TIMES ASSAM

ROYAL TIMES ASSAM 'With the people, By the people, For the people'

02/04/2026

আজি অমৃতপ্ৰভাৰ অধিবক্তাই ধমক খালে ন্যায়াধীশৰ
অমৃতপ্ৰভাক নিৰ্দোষী সজাবলৈ একেখিনি কথা বাৰে বাৰে উত্থাপন কৰিছিল আদালতত

28/03/2026

🚫৩০ মাৰ্চৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানি

27/03/2026

সোমবাৰৰ পৰা ফাষ্টট্ৰেক আদালতত চলিব জুবিন গাৰ্গ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া।

27/03/2026

ৰহস্যজনক বিষয়ত কথা পাতিলে মুখ্যমন্ত্ৰী-অখিল গগৈয়ে

24/03/2026

🚫ঢেকীয়াজুলিৰ কংগ্ৰেছ প্ৰাৰ্থী বাটাছ ওৰাঙৰ অভিযোগ!

✒️বাতিল হ'ব পাৰে অশোক সিংহলৰ মনোনয়ন-পত্ৰ...

12/03/2026

🚫৫ বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক পৰাস্ত কৰিব পাৰিবনে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰাই?

🔺জনাওঁক কমেণ্টযোগে ...

04/03/2026

🔺আবিৰৰ ৰঙেৰে ৰঙীন হ'ল ৰাজ্যবাসীৰ লগতে মহানগৰবাসী

🔺জুবিন গাৰ্গৰ গীতত ফাঁচী বজাৰত প্ৰাণঢালি নাচিলে মহানগৰবাসীয়ে🫟...

03/03/2026

📌ৰাজ্যসভাৰ ৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ।
📌BJPৰ হৈ তেৰছ গোৱালা আৰু যোগেন মহন হ'ব ৰাজ্য সভা নিৰ্বাচনৰ প্ৰাৰ্থী।
📌তৃতীয়খন আসনত UPPLৰ প্ৰমোদ বড়ো হ'ব প্ৰাৰ্থী।

26/02/2026

🚫গোলাঘাটৰ আৱৰ্ত ভৱনত গৌৰৱ গগৈক ঘেৰাও কংগ্ৰেছ কৰ্মীৰ...

📌সৰুপথাৰ সমষ্টি AJPক এৰি দিয়াৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছ কৰ্মীৰ।
📌২৪ ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ গৌৰৱ গগৈক সকীয়নি।

25/02/2026

🚫বিৰোধীৰ মিত্ৰতাৰ নতুন সমীকৰণ!

📌অখিল গগৈক OUT কৰি AJP, APHLC আৰু বাঁওদলসমূহৰ মাজত কংগ্ৰেছৰ আসন বুজাবুজি

📌অসম জাতীয় পৰিষদক ১২খন আসন, APHLCক ২খন, CPI আৰু CPIMLক এখনকৈ আৰু CPIMক দুখন আসন দিয়াৰ কথা ঘোষণা কৰিলে গৌৰৱ গগৈয়ে।

25/02/2026

📌ৰাইজৰ দলৰে মিত্ৰতা ভংগ কংগ্ৰেছৰ। ঘোষণা গৌৰৱ গগৈৰ।

22/02/2026

📌'পাকিস্তানৰ লগত সম্পৰ্ক থকা নেতৃত্বৰ লগত আমি কাম কৰিব নোৱাৰো।'
📌বিজেপিত যোগদান কৰি মন্তব্য যুৱনেতা ড০ সঞ্জু বৰুৱাৰ।

Address

Guwahati, Assam
Gauhati
781001

Website

Alerts

Be the first to know and let us send you an email when ROYAL TIMES ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share