NewzNow

NewzNow আপোনাৰ বিশ্বাস, আমাৰ সততা। এক আপোচবিহীন কন্ঠৰ সৈতে আপোনাৰ কাষত NewzNow ...

13/08/2026

বানাক্ৰান্তক সহায়ৰ বাবে গ্ৰাউণ্ড লেভেলত কাম কৰক

“আমাৰ চেষ্টা হৈছে যে আমি তেওঁলোকক সম্পূৰ্ণ সাহায্য দিব পাৰোঁ যি তেওঁলোকৰ প্ৰয়োজন” বানাক্ৰান্ত অঞ্চলত দৰব আৰু খাদ্য সামগ্ৰীৰ যোগান ধৰাৰ লগতে প্ৰকৃত প্ৰয়োজনীয় লোকসকলক সহায় কৰিবলৈ চেষ্টা চলাইছে আমাৰ স্বেচ্ছাসেৱকৰ দলে

বানপীড়িতৰ কাষলৈ অহা সমাজকৰ্মী "ডি লক্ষ্মী ফাউণ্ডেচনৰ" প্ৰতিষ্ঠাপক লক্ষ্মী আগৰৱালৰ এই আহ্বান

13/08/2026

শিৱসাগৰৰ বানপীড়িতৰ কাষত ৰাজস্থান বিশ্ববিদ্যালয়ৰ ছাত্ৰ!

ৰাজস্থান বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি নিৰ্মল চৌধুৰীৰ নেতৃত্বত ছাত্ৰৰ দল শিৱসাগৰত উপস্থিত হৈ বিতৰণ কৰিলে সাহায্য সামগ্ৰী

বানপীড়িতৰ পুনৰসংস্থাপনত চৰকাৰক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ আহ্বান RUSUৰ সভাপতিগৰাকীৰ

13/08/2026

বানপীড়িতৰ কাষত অংগৰাগ মহন্ত

13/08/2026

হাজোৰ ৰামদিয়াত ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ত্ৰিৰংগা যাত্ৰা

স্থানীয় বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে ত্ৰিৰংগা যাত্ৰাৰ উদ্বোধন কৰে

13/08/2026

বানপীড়িতৰ কাষত অংগৰাগ মহন্ত, নিমাইজানৰ কিশোৰক উপহাৰ দিলে হাৰমনিয়াম!

বানত নষ্ট হোৱা প্ৰাচুৰ্য্য প্ৰতীম গগৈৰ হাৰমনিয়ামৰ সলনি নিজ হাতে নতুন হাৰমনিয়াম উপহাৰ দিলে অংগৰাগ ‘পাপন’ মহন্তই।

13/08/2026

'ভাৰতক ডুবালে কংগ্ৰেছে, অসমক ডুবালে কংগ্ৰেছে'

'কংগ্ৰেছ BJPৰ বি টীম, আমি কংগ্ৰেছৰ লগত নাথাকো'

নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কৰি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ আজমল

13/08/2026

এলাহাবাদ বিশ্ববিদ্যালয়ত ছাত্ৰৰ বৃহৎ প্ৰতিবাদ!

ছাত্ৰ সংঘ পুনৰ গঠন আৰু আসন সংখ্যা হ্ৰাসৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল এলাহাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।

এলাহাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰ সংঘ পুনৰ গঠনৰ দাবী আৰু আসন সংখ্যা হ্ৰাসৰ বিৰোধিতাৰে আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

13/08/2026

কংগ্ৰেছী বিধায়ক জে পি দাসৰ জ্ঞানক লৈ কটাক্ষ এআইইউডিএফৰ

“উপদেশতকৈ আৰ্হি ভাল এই কথাখিনি জেপি দাসে বুজা উচিত” জে পি দাসৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছক আদৰ্শ দেখুৱাবলৈ আহ্বান এআইইউডিএফৰ নেতা ৰেজাউল কৰিম সৰকাৰৰ

13/08/2026

‘বন্দে মাতৰম’ পৰিৱেশনৰ পিছতে লোকসভাৰ অধিৱেশন স্থগিত কৰা হয়।

অন্তিম দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিৰোধী দলপতি ৰাহুল গান্ধী—তিনিওগৰাকী লোকসভাত উপস্থিত আছিল।

13/08/2026

'আকৌ আজমলৰ ভৰিত ধৰিব আহিল বানপীড়িত মহিলা'

ভৰিত ধৰিব নালাগে বুলি আঁতৰাই পঠিয়ালে আজমলে

Address

Guwahati

Alerts

Be the first to know and let us send you an email when NewzNow posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NewzNow:

Shortcuts

Share