NEWS-24x7 ASSAM

NEWS-24x7 ASSAM সত্যৰ সদায় জয় Our aim is to project the actual facts in front of viewers. NEWS-24x7 ASSAM is a 24-hours Indian web portal.

31/05/2026

মানকাচৰ আৰক্ষীৰ অভিযানত ৯ ড্ৰাগছ আসক্ত যুৱকক আটকচিকিৎসা আৰু পুনৰবাসনৰ বাবে নিচামুক্ত কেন্দ্ৰলৈ প্ৰেৰণ আৰক্ষীৰ
31/05/2026

মানকাচৰ আৰক্ষীৰ অভিযানত ৯ ড্ৰাগছ আসক্ত যুৱকক আটক
চিকিৎসা আৰু পুনৰবাসনৰ বাবে নিচামুক্ত কেন্দ্ৰলৈ প্ৰেৰণ আৰক্ষীৰ

31/05/2026

অফিচলৈ ভাতৰ সৈতে নিষিদ্ধ মাংস আনি বিপদত দুই যুৱক। কাণত ধৰি বহাই থৈ দিলে যুৱকদ্বয়ক যুৱক ২জন বৰপেটা জিলাৰ শ্বাহ আলম আৰু চিৰাজুল হক। কৰ্মৰত অফিচৰ সতীৰ্থই ভাত পোৱাৰ সময়তে ধৰা পেলাই দুয়োক। ঘটনাস্থলীত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে স্থানীয় লোকৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হয় আৰু মাংসসহ যুৱক দুজনক আটক কৰে।

ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ অভিযানআৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দুলু তালুকদাৰধৃত সৰবৰাহকাৰীটো...
31/05/2026

ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীৰ অভিযান
আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দুলু তালুকদাৰ
ধৃত সৰবৰাহকাৰীটোৰ পৰা উদ্ধাৰ ১৪ টা কণ্টেইনাৰসহ ১৭.৬৫ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ

গড়চুক আৰক্ষীৰ জালত ডকাইতৰ গেংগ্ৰেপ্তাৰ বন্ধুৰা বসুমতাৰী, জানক বসুমতাৰী, আৰু মানো বসুমতাৰিউদ্ধাৰ ০.৩২ পিষ্টল, দুটা মেগাজি...
31/05/2026

গড়চুক আৰক্ষীৰ জালত ডকাইতৰ গেং
গ্ৰেপ্তাৰ বন্ধুৰা বসুমতাৰী, জানক বসুমতাৰী, আৰু মানো বসুমতাৰি
উদ্ধাৰ ০.৩২ পিষ্টল, দুটা মেগাজিন, ১৪ জাঁই সজীৱ গুলী, দেগাৰ আৰু খুকুৰী
বৰাগাঁৱত বাহৰ পাতি থকা সময়ত গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে

অফিচলৈ ভাতৰ সৈতে নিষিদ্ধ মাংস আনি বিপদত দুই যুৱক। যুৱক ২জন বৰপেটা জিলাৰ শ্বাহ আলম আৰু চিৰাজুল হক। কৰ্মৰত অফিচৰ সতীৰ্থই ভ...
31/05/2026

অফিচলৈ ভাতৰ সৈতে নিষিদ্ধ মাংস আনি বিপদত দুই যুৱক। যুৱক ২জন বৰপেটা জিলাৰ শ্বাহ আলম আৰু চিৰাজুল হক। কৰ্মৰত অফিচৰ সতীৰ্থই ভাত পোৱাৰ সময়তে ধৰা পেলাই দুয়োক। ঘটনাস্থলীত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে স্থানীয় লোকৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লগে লগে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হয় আৰু মাংসসহ যুৱক দুজনক আটক কৰে।

Address

Maligaon
Gauhati
781011

Telephone

+917002933463

Website

Alerts

Be the first to know and let us send you an email when NEWS-24x7 ASSAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NEWS-24x7 ASSAM:

Share